Diwali 2024: দেৱালীৰ শুভ সময় কেতিয়া? এই সময়ত ভুলতো দান নকৰিব এই কেইবিধ বস্তু, হ'ব আৰ্থিক সমস্যা... | diwali 2024 date and time donot donate this thing on diwali Assam news - Assam Tv9

Diwali 2024: দেৱালীৰ শুভ সময় কেতিয়া? এই সময়ত ভুলতো দান নকৰিব এই কেইবিধ বস্তু, হ’ব আৰ্থিক সমস্যা…

Updated On: 

22 Oct 2024 14:08 PM

Diwali 2024: আহি আছে পোহৰৰ উৎসৱ দেৱালী। ইয়াকে লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। হিন্দু ধৰ্মত দেৱালীৰ বিশেষ মহত্ব আছে। নিয়ম অনুসৰি দেৱালীৰ সময়ত কিছুমান বস্তু দান কৰিব নালাগে।

1 / 5আহি আছে পোহৰৰ উৎসৱ দেৱালী। এইবাৰ কাতি মাহৰ অমাৱস্য তিথি ৩১ অক্টোবৰৰ বিয়লি ৩:৫২ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১ নৱেম্বৰৰ সন্ধিয়া ৬:১৮ বজাত সমাপ্ত হ’ব। এনে পৰিস্থিতিত ২০২৪ চনৰ ১ নৱেম্বৰতহে দীপাৱলী পালন কৰা হ’ব। ধনেৰাছ ২৯ অক্টোবৰ, ছোটী দীপাৱলী অৰ্থাৎ নৰক চতুৰ্দশী ৩১ অক্টোবৰ, দীপাৱলী ১ নৱেম্বৰত পালন কৰা হ'ব।

আহি আছে পোহৰৰ উৎসৱ দেৱালী। এইবাৰ কাতি মাহৰ অমাৱস্য তিথি ৩১ অক্টোবৰৰ বিয়লি ৩:৫২ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১ নৱেম্বৰৰ সন্ধিয়া ৬:১৮ বজাত সমাপ্ত হ’ব। এনে পৰিস্থিতিত ২০২৪ চনৰ ১ নৱেম্বৰতহে দীপাৱলী পালন কৰা হ’ব। ধনেৰাছ ২৯ অক্টোবৰ, ছোটী দীপাৱলী অৰ্থাৎ নৰক চতুৰ্দশী ৩১ অক্টোবৰ, দীপাৱলী ১ নৱেম্বৰত পালন কৰা হ'ব।

2 / 5

দেৱালীত খাদ্য, বস্ত্ৰ আদি দান কৰা ভাল। কিন্তু কিছুমান এনে বস্তু আছে যি দেৱালীত দান কৰিব নালাগে। এনে কৰিলে ঘৰত আৰ্থিক সমস্যা বা আন সমস্যাই দেখা দিয়ে। দেৱালীত নিমখ দান কৰিব নালাগে। এনে কৰিলে সম্পৰ্কত সমস্যাই দেখা দিয়ে।

3 / 5

দেৱালীৰ দিনা তেল বা ঘিউ দান কৰাও ভাল নহয়। এই দিনটোত তেল বা ঘিউ দান কৰা অশুভ বুলি ধৰা হয়। গতিকে এনে সময়ত এই বস্তু দান কৰাৰ পৰা বিৰত থাকিব লাগে।

4 / 5

দেৱালীৰ সময়ত ক'লা ৰঙাৰ কাপোৰ দান কৰিব নালাগে। ধাৰ্মিক মান্যতা আৰু বিশ্বাস অনুসৰি দেৱালীৰ সময়ত ক'লা ৰঙৰ কাপোৰ দান কৰিলে জীৱনত নকৰাত্মক প্ৰভাৱ পৰে আৰু দুৰ্ভাগ্য আহে। দেৱালীৰ সময়ত কলা ৰঙৰ কাপোৰ পিন্ধিব নালাগে।

5 / 5

দেৱালীৰ সময়ত লোহাজাতীয় বস্তু দান কৰিব নালাগে। এনে কৰিলে আৰ্থিক সমস্যা আৰু দুৰ্ভাগ্য আছে। ইয়াৰোপৰি ভঙা চিঙা বস্তু দান কৰিব নালাগে। ভঙা চিঙা বস্তু দান কৰিলে জীৱনত বিফলতা আৰু সমস্যাই দেখা দিয়ে বুলি কোৱা হয়।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...