ঘৰতে ৰান্ধিব পৰা সুস্বাদু পনিৰ ৰেচিপি, জানক কেনেকৈ ৰান্ধিব... | Delicious Paneer Recipe To Cook At Home Assam news - Assam Tv9

ঘৰতে ৰান্ধিব পৰা সুস্বাদু পনিৰ ৰেচিপি, জানক কেনেকৈ ৰান্ধিব…

Published: 

10 Dec 2024 | 06:28 PM

যদি কেতিয়াবা আপোনাৰ নিৰামিষ খাদ্য খাই আমনি লাগে তেন্তে আপুনি কি খাদ্য খাব ? নিৰামিষ খাদ্য খোৱা লোকসকলে প্ৰায়ে পনিৰ আঞ্জা পচন্দ কৰে । পনিৰ আঞ্জা খাই ভাল পালেই নহ'ব আপুনি ইয়াৰ সোৱাদ বৃদ্ধিৰ বাবে ৰন্ধা পদ্ধতিও জানিব লাগিব ।

1 / 5বহু এনে লোক আছে যিসকলে প্ৰায়ে নিৰামিষ খাদ্য অধিক পচন্দ কৰে । যদি কেতিয়াবা আপোনাৰ নিৰামিষ খাদ্য খাই আমনি লাগে তেন্তে আপুনি কি খাদ্য খাব ? নিৰামিষ খাদ্য খোৱা লোকসকলে প্ৰায়ে পনিৰ আঞ্জা পচন্দ কৰে । পনিৰ আঞ্জা খাই ভাল পালেই নহ'ব আপুনি ইয়াৰ সোৱাদ বৃদ্ধিৰ বাবে ৰন্ধা পদ্ধতিও জানিব লাগিব ।

বহু এনে লোক আছে যিসকলে প্ৰায়ে নিৰামিষ খাদ্য অধিক পচন্দ কৰে । যদি কেতিয়াবা আপোনাৰ নিৰামিষ খাদ্য খাই আমনি লাগে তেন্তে আপুনি কি খাদ্য খাব ? নিৰামিষ খাদ্য খোৱা লোকসকলে প্ৰায়ে পনিৰ আঞ্জা পচন্দ কৰে । পনিৰ আঞ্জা খাই ভাল পালেই নহ'ব আপুনি ইয়াৰ সোৱাদ বৃদ্ধিৰ বাবে ৰন্ধা পদ্ধতিও জানিব লাগিব ।

2 / 5

বহুলোকে বিভিন্ন ধৰণে পনিৰ আঞ্জা ৰান্ধে । ইয়াৰ পদ্ধতিও বেলেগ বেলেগ হয় । আপুনি যদি পনিৰ খাই ভাল পায় তেন্তে এই পদ্ধতি অনুসৰণ কৰক । পনিৰ আঞ্জা ৰন্ধা এক পদ্ধতি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

3 / 5

পনিৰ আঞ্জা ৰান্ধিবলৈ প্ৰথমে ২০০ গ্ৰাম পনিৰ লওক । ইয়াৰ পাছতে সৰিয়হৰ গুড়ি – ১ বা ২ চামুচ (গৰম পানীত অলপ নিমখ দি পেষ্ট বনাই দহ মিনিট ৰাখিব) ল'ব । এই ৰেচিপিৰ বাবে লাগিব কিচমিচ, লং আৰু ইলাচি , দালচেনি, সেউজীয়া জলকীয়া, নিমখ, চেনি আৰু তেল । এই সমাগ্ৰীখিনি আপুনি প্ৰয়োজন অনুসৰি ল'ব ।

4 / 5

ইয়াৰ পাছতে কেৰাহীখন হ'বলৈ দিব, গৰম হোৱাৰ পাছতে তেল দিব । তেল গৰম হোৱাৰ পাছতে পনিৰখিনি টুকুৰা টুকুৰ কৰি ৰঙা হোৱালৈকে ভাজিব। ইফালে লৱণ, ইলাচি, ডালচেনি একেলগে ৰাখিব লাগে আৰু সকলো মছলা পানীত মিহলাই ল'ব।

5 / 5

এতিয়া গৰম তেলত সকলো মছলা দিব। তাৰ পিছত পেষ্ট, নিমখ আৰু চেনি দি ভালদৰে লৰাই পানীৰে অলপ সময় উতলাই তাৰ ওপৰত গৰম মছলাৰ গুড়ি, কটা সেউজীয়া জলকীয়া আৰু কিচমিচ দিব। কিছু সময় উতলাৰ পাছতে আপোনাৰ পনিৰ আঞ্জা তৈয়াৰ হ'ব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...