মহানগৰীৰ মালিগাঁৱত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ... | dead body found at Maligaon Guwahati Assam police investigation going on Assam news - Assam Tv9

মহানগৰীৰ মালিগাঁৱত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ…

Published: 

30 Sep 2025 | 03:00 PM

এইবাৰ দুৰ্গা পূজাৰ মাজতে মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা। উদ্ধাৰ কৰা হৈছে এটা অচিনাক্ত লোকৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

1 / 5প্রতিদিনে মহানগৰীত সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা। চুৰি-ডকাইতৰ লগতে সমান্তৰালকৈ সঘনাই মহানগৰীত বিভিন্ন অঞ্চলত সংঘটিত হৈছে হত্যাকাণ্ড।

প্রতিদিনে মহানগৰীত সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা। চুৰি-ডকাইতৰ লগতে সমান্তৰালকৈ সঘনাই মহানগৰীত বিভিন্ন অঞ্চলত সংঘটিত হৈছে হত্যাকাণ্ড।

2 / 5

এইবাৰ পূজাৰ মাজতে মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা। উদ্ধাৰ কৰা হৈছে এটা অচিনাক্ত লোকৰ মৃতদেহ।

3 / 5

অচিনাক্ত লোকজনক কোনো লোকে হত্যা কৰি গছত ওলোমাই থৈ যোৱা সন্দেহ স্থানীয় লোকৰ। ঘটনা সংঘটিত হোৱা অঞ্চলৰ কাষতে আছে এটা 8A নম্বৰৰ ৰে'লৱে কোৱাৰ্টাৰ ।

4 / 5

কোৱাৰ্টাৰ থকা ভাৰত ৰাভা নামৰ লোক এজনে প্ৰত্যক্ষ কৰে মৃতদেহটো। তাৰ পিছত খবৰ দিয়ে জালুকবাৰী আৰক্ষীক।

5 / 5

ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...