Fengal Cylone: এইবাৰ আহিছে সাগৰীয় ঘূৰ্ণী ফেংগাল, ক’ত ক’ত পৰিব ফেংগালৰ প্ৰভাৱ?
Cyclone Fengal Alert: অহা দুদিনৰ ভিতৰত তামিলনাডু অভিমুখে আগবাঢ়িব ফেংগাল। বংগোপসাগৰৰ পৰা উঠি অহা এই ঘূৰ্ণীবতাহৰ ফলত চেন্নাই, কাঞ্চিপুৰম, চেঙ্গালপট্টু, তিৰুভাল্লুৰ, কুড্ডালোৰ আৰু নাগাপট্টিনমত আৰম্ভ হৈছে বৰষুণ। বতৰ বিভাগৰ মতে, ৭৫-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বলিব বতাহ৷ যাৰ বাবে পলম হৈছে বিমান যাত্ৰা। ৬খন জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে৷
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5