একমত হ'ব নোৱাৰো: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰীৰ | CM Himanta Biswa Sarma resigns from Membership of Gauhati High Court Bar Association Assam news - Assam Tv9

একমত হ’ব নোৱাৰো: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰীৰ

Published: 

30 Apr 2025 14:32 PM

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাৰ সদস্য পদ ত্যাগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাৰ সন্থাৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ। ৫টা কাৰণ দেখুৱাই ৩ পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ।

1 / 5গুৱাহাটী হাইক’ৰ্টৰ বাৰ সন্থাৰ পৰা পদত্যাগৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বাৰ সন্থাৰ সভাপতিলৈ পত্ৰ লিখি সদস্য পদ ত্যাগ মুখ্যমন্ত্ৰীৰ।

গুৱাহাটী হাইক’ৰ্টৰ বাৰ সন্থাৰ পৰা পদত্যাগৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বাৰ সন্থাৰ সভাপতিলৈ পত্ৰ লিখি সদস্য পদ ত্যাগ মুখ্যমন্ত্ৰীৰ।

2 / 5

৫টা কাৰণ দেখুৱাই ৩ পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীয়ে। উচ্চ ন্যায়ালয়ৰ হস্তান্তৰক লৈ শেহতীয়াকৈ সৃষ্টি হৈছিল বিতৰ্কৰ। বিতৰ্কৰ পিছতে সদস্য পদ ত্যাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

3 / 5

মত নিমিলাৰ বাবে হাইকোৰ্টৰ এছ'চিয়েশ্যন বাৰৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ। গুৱাহাটী হাইক’ৰ্ট ৰংমহললৈ স্থানান্তৰক লৈ বিৰোধিতা কৰিছিল বাৰ এছ'চিয়েচনে।

4 / 5

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "হাইকোৰ্টৰ অট্টালিকাটো মই নতুনকৈ নিৰ্মাণ কৰিব লাগিব। হাইকোৰ্টৰ এছ'চিয়েশ্যন বাৰৰ মতে অট্টালিকাটো নিৰ্মাণ কৰিব নালাগে। মই বাৰৰ লগতে একমত হ'ব নোৱাৰো।"

5 / 5

লগতে মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই চৰকাৰৰ কাম কৰিব লাগিব। য'ত 'Conflict of Interest'থাকে, তাত থকাটো উচিত নহয়।"

ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...