২৫০ টকাতে পাব ৰন্ধন গেছ: নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ | cm Himanta Biswa Sarma big announcement on gas cylinder during Panchayat elections campaign Assam news - Assam Tv9

২৫০ টকাতে পাব ৰন্ধন গেছ: নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

Updated On: 

30 Apr 2025 | 02:33 PM

ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। নিজৰ নিজৰ দলৰ বাবে প্ৰচাৰত নামিছে শাসক- বিৰোধী। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

1 / 5২ মে' আৰু ৭ মে' তাৰিখে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। নিজৰ নিজৰ দলৰ বাবে প্ৰচাৰত নামিছে শাসক বিৰোধী। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

২ মে' আৰু ৭ মে' তাৰিখে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। নিজৰ নিজৰ দলৰ বাবে প্ৰচাৰত নামিছে শাসক বিৰোধী। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

2 / 5

আজি কেইবাখনো প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰীয়ে। মৰিগাঁও, দৰং আৰু ৰঙিয়াত জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

3 / 5

নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে কয় যে, মৰিগাঁও-দৰং সংযোগী দলং নিৰ্মাণ কৰা হ’ব। লগতে মৰিগাঁও-দৰং হৈ ভূটানলৈকে নিৰ্মাণ হ’ব পথ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো দৰিদ্ৰ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা।

4 / 5

লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, ৯৫০ টকাৰ ঠাইত ৬০০-৬৫০ টকাতে ৰাইজৰ দিয়া হ’ব গেছৰ চিলিণ্ডাৰ। উজ্জ্বলা আঁচনিৰ অধীনত ২৫০ টকাতে ৰন্ধন গেছ লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

5 / 5

মৰিগাঁৱৰ ৩০ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়া আশ্বাস প্ৰদান। মহিলাসকলক ম’বাইল দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। মেট্ৰিক পৰীক্ষাৰ্থীক গাখীৰ খাবলৈ প্ৰতিমাহে ৩০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...