Orunodoi 3.0 : ৰাজ্যৰ ৩০ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় ৩.০ৰ ধন, তাৰিখ জনালে মুখ্যমন্ত্ৰীয়ে... | cm himanta biswa sarma announced orunodoi 3.0 start from 7 October see in details Assam news - Assam Tv9

Orunodoi 3.0 : ৰাজ্যৰ ৩০ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় ৩.০ৰ ধন, তাৰিখ জনালে মুখ্যমন্ত্ৰীয়ে…

Updated On: 

27 Sep 2025 | 05:39 PM

অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ অধীনত ৩০ লাখ মহিলা হিতাধিকাৰীয়ে অহা ৭ অক্টোবৰত আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰক্ৰিয়া । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।

1 / 5৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০ । অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ অধীনত ৩০ লাখ মহিলা হিতাধিকাৰীয়ে অহা ৭ অক্টোবৰত আঁচনিৰ সুবিধা লাভ কৰিব।

৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০ । অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ অধীনত ৩০ লাখ মহিলা হিতাধিকাৰীয়ে অহা ৭ অক্টোবৰত আঁচনিৰ সুবিধা লাভ কৰিব।

2 / 5

ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰক্ৰিয়া । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।

3 / 5

উল্লেখ্য যে, পূৰ্বে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি ১৭ ছেপ্টেম্বৰত এই আঁচনিৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও ২৫ তাৰিখলৈ পিছুওৱা হৈছিল নিৰ্ধাৰিত তাৰিখ। এতিয়া ইয়াৰ পৰৱৰ্তী দিন ৭ অক্টোৱৰ ঘোষণা কৰা হৈছে।

4 / 5

এইবাৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি হিতাধিকাৰীসকলক ৰন্ধন গেছ চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবদ ২৫০ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ'ব। যিয়ে সকাহ দিব মহিলাখিনিক।

5 / 5

ইফালে ৰাজ্যৰ ৩.৫ লাখ ছাত্রীয়ে লাভ কৰিব নিযুত মইনা আঁচনি। ১০-১৫ অক্টোবৰৰ ভিতৰত চেকযোগে প্রদান কৰা হ’ব প্রথম কিস্তিৰ ধন। পৰৱৰ্তী মাহত বেংক একাউণ্টযোগে ধন লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...