কেতিয়া অনুষ্ঠিত হ'ব ADREৰ মৌখিক পৰীক্ষা? দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে... | CM Himanta Biswa Sarma announce oral examination of adre Grade 3 and 4 will start from June 15 Assam news - Assam Tv9

কেতিয়া অনুষ্ঠিত হ’ব ADREৰ মৌখিক পৰীক্ষা? দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে…

Updated On: 

19 May 2025 | 07:13 AM

ADREৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ড্ৰাইভিং টেষ্ট, ষ্টেনোগ্ৰাফাৰ-ইলেকট্ৰিয়ানৰ ব্যৱহাৰিক পৰীক্ষা, ৪ৰ্থ বৰ্গত উৰ্ত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। ফেচবুক লাইভযোগে দিন, তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

1 / 5ঘোষণা হ'ল ADRE 2.Oৰ মৌখিক পৰীক্ষাৰ দিন।  ফেচবুক লাইভযোগে দিন, তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

ঘোষণা হ'ল ADRE 2.Oৰ মৌখিক পৰীক্ষাৰ দিন। ফেচবুক লাইভযোগে দিন, তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

2 / 5

ড্ৰাইভিং টেষ্ট, ষ্টেনোগ্ৰাফাৰ-ইলেকট্ৰিয়ানৰ ব্যৱহাৰিক পৰীক্ষা, ৪ৰ্থ বৰ্গত উৰ্ত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। এই প্ৰক্ৰিয়া এমাহৰ ভিতৰতে শেষ কৰাৰ লক্ষ্য অসম চৰকাৰৰ।

3 / 5

১৫ জুনৰ পৰা আৰম্ভ হ’ব ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা। অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা, ড্ৰাইভিং টেষ্ট ।

4 / 5

ADREৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে অৱতীৰ্ণ হ'ব পাৰিব মৌখিক পৰীক্ষাত। মঙলবাৰৰ ভিতৰত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

5 / 5

ইফালে ৫ জুনত ঘোষণা কৰা হ’ব স্নাতকোত্তৰ পদৰ শিক্ষকসকলৰ পৰীক্ষাৰ ফলাফল। ইয়াৰ পাছতে তেওঁলোকৰ নথি- পত্ৰ পৰীক্ষণৰ কাম- কাজ সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...