Chhath Puja 2025: ষট পূজা উপলক্ষে গুৱাহাটীৰ পাণ্ডু ঘাটত মুখ্যমন্ত্ৰীৰ পূজা-অৰ্চনা | Chhath Puja 2025 CM Himanta Biswa Sharma performs puja at Pandu Ghat Guwahati on the occasion of Chhath Puja Usha Arghya Assam news - Assam Tv9

Chhath Puja 2025: ষট পূজা উপলক্ষে গুৱাহাটীৰ পাণ্ডু ঘাটত মুখ্যমন্ত্ৰীৰ পূজা-অৰ্চনা

Updated On: 

28 Oct 2025 12:12 PM

ষট পূজা উপলক্ষে পুৱাই মহানগৰীৰ পাণ্ডু প’ৰ্টত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উদিত সূৰ্যক অঘ্য প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ। নদীৰ ঘাটত মাংগলিক ৰীতি-নীতিৰে পূজা-অৰ্চনা।

1 / 5পবিত্ৰ সূৰ্য ষষ্ঠীত দেশজুৰি উদযাপন কৰা হৈছে ষট পূজা। বিহাৰ আৰু উত্তৰ ভাৰতীয় হিন্দু সমাজৰ পবিত্ৰ উৎসৱ ষট পূজা।

পবিত্ৰ সূৰ্য ষষ্ঠীত দেশজুৰি উদযাপন কৰা হৈছে ষট পূজা। বিহাৰ আৰু উত্তৰ ভাৰতীয় হিন্দু সমাজৰ পবিত্ৰ উৎসৱ ষট পূজা।

2 / 5

অসমৰ ভিন্ন প্ৰান্তত ষট পূজাৰ আয়োজন । সূৰ্য দেৱতাৰ পূজা-অৰ্চনাৰে আজি পালন কৰা হৈছে ষট পূজা। মহানগৰীৰ লাচিত ঘাট আৰু পাণ্ডু ঘাটত অগণন ভক্তৰ ভিৰ।

3 / 5

ষট পূজা উপলক্ষে পুৱাই মহানগৰীৰ পাণ্ডু প’ৰ্টত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উদিত সূৰ্যক অঘ্য প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ। নদীৰ ঘাটত মাংগলিক ৰীতি-নীতিৰে পূজা-অৰ্চনা।

4 / 5

নৈৰ ঘাটত উপস্থিত ভক্তসকলৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীৰ। লগতে বৃহত্তৰ পাণ্ডু-মালিগাঁও ষঠ পূজা সমিতিৰ কাৰ্যালয়ৰ আয়োজিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।

5 / 5

সমগ্ৰ অসমবাসীলৈ ষট পূজাৰ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। ছঠি মাক অঘ্য প্ৰদান কৰি ৰাইজৰ শান্তি-সম্প্ৰীতি কামনাৰে পূজা অৰ্পণ কৰা বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

চুলি চিঙি চিঙি যায় নেকি? কেনেকৈ দূৰ কৰিব সমস্যা জানক
অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত নিশ্চিত ভাৰতৰ জয়! এই কাৰণে আপোনাকো কৰিব ‘আত্মবিশ্বাসী’
শীতকালত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
দেহ-মন সুস্থ ৰাখিবলৈ কিমান খাদ্য খাব লাগে? প্ৰেমানন্দ মহাৰাজৰ মতে...