Chhath Puja 2024: আজি ষট পূজা, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো ষট পূজাৰ বিশেষ আয়োজন | chhath puja 2024 third day chhath puja celebration in guwahati Assam news - Assam Tv9

Chhath Puja 2024: আজি ষট পূজা, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো ষট পূজাৰ বিশেষ আয়োজন

Published: 

07 Nov 2024 | 07:19 PM

আজি ষট পূজা। দেশজুৰি পালন কৰা হৈছে ষট পূজা। ষট পূজাৰ তৃতীয় দিনা অস্তগামী সূৰ্যক অৰ্ঘ্য আগবঢ়োৱা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীটো ষট পূজাৰ বিশেষ আয়োজন। নদীৰ পাৰৰ ষট পূজা ঘাটত ভক্তৰ পূজা অৰ্চনা।

1 / 5আজি ষট পূজা। দেশজুৰি পালন কৰা হৈছে ষট পূজা। ষট পূজা সূৰ্য দেৱতা আৰু ষঠী মাতাৰ নামত উৎসৰ্গিত।

আজি ষট পূজা। দেশজুৰি পালন কৰা হৈছে ষট পূজা। ষট পূজা সূৰ্য দেৱতা আৰু ষঠী মাতাৰ নামত উৎসৰ্গিত।

2 / 5

ষট পূজাৰ তৃতীয় দিনা অৰ্থাৎ শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট পূজা কৰা হয়। এই দিনটোত সন্ধিয়া পুখুৰী বা নদীত থিয় হৈ সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰা হয়।

3 / 5

ষট পূজা হৈছে এক বিশেষ উৎসৱ যি প্ৰকৃতিৰ প্ৰতি বিশ্বাস, শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ প্ৰতীক। এই উৎসৱটো মুখ্যতঃ বিহাৰ, ঝাৰখণ্ড আৰু পূৱ উত্তৰ প্ৰদেশত ধুমধানেৰে উদযাপন কৰা হয়। Credit: Aryan Sarma

4 / 5

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীটো ষট পূজাৰ বিশেষ আয়োজন। মহানগৰীৰ লাচিত ঘাটত ভক্তৰ পূজা অৰ্চনা। Credit: Aryan Sarma

5 / 5

মহানগৰীত ষট পূজা উপলক্ষ্যে সমাবেত হৈছে হাজাৰ হাজাৰ লোক। যাৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত সৃষ্টি হৈছে প্ৰচণ্ড যান-জঁট।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...