সাৱধান, ভাল পালেও নাখাব ফুলকবি! যদিহে আছে আপোনাৰ এইসমূহ সমস্যা | Cauliflower side effects: What are the disadvantages of cauliflower? Assam news - Assam Tv9

সাৱধান, ভাল পালেও নাখাব ফুলকবি! যদিহে আছে আপোনাৰ এইসমূহ সমস্যা

Published: 

20 Dec 2025 | 02:51 PM

Cauliflower Side Effects: ফাইটোনিউট্ৰিয়েণ্ট, এন্টিঅক্সিডেন্ট, ভিটামিন আদিৰে ভৰা ফুলকবিয়ে কেইবাটাও শাৰীৰিক সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। কিন্তু আপুনি জানেনে ফুলকবিয়ে বিপদত পেলাব পাৰে আপুনি!

1 / 5শীতকালৰ দিনবোৰত বজাৰত প্ৰচুৰ শীতকালীন পাচলিৰ পয়োভৰ দেখা যায়। তেনে এবিধ পাচলি হৈছে ফুলকবি।

শীতকালৰ দিনবোৰত বজাৰত প্ৰচুৰ শীতকালীন পাচলিৰ পয়োভৰ দেখা যায়। তেনে এবিধ পাচলি হৈছে ফুলকবি।

2 / 5

ফাইটোনিউট্ৰিয়েণ্ট, এণ্টিঅক্সিডেণ্ট, কোলিন, ভিটামিনেৰে ভৰপূৰ ফুলকবি খাই আপুনি একাধিক শাৰীৰিক সমস্যাৰ সৈতে মোকাবিলা কৰিব পাৰে। কিন্তু আপুনি জানেনে যে এই পাচলিবিধৰ পাৰ্শ্বক্ৰিয়া আছে?

3 / 5

আয়ুৰ্বেদিক বিশেষজ্ঞ দীক্ষা ভাৱচাৰে কয়, ফুলকবিত ৰেফিনোজ নামৰ কাৰ্বোহাইড্ৰেট যৌগ থাকে। এই যৌগটোৱে গেছ আৰু পেট ফুলা সমস্যা সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ হজম সমস্যা হয়, তেন্তে ফুলকবি নাখাব।

4 / 5

ফুলকবিত আয়ডিন কম। ফলস্বৰূপে, থাইৰইড গ্ৰন্থিৰ কাৰ্যপ্ৰণালী হ্ৰাস হয়। যিসকলে হাইপোথাইৰয়ডিজম বা একেধৰণৰ সমস্যাত ভুগে, তেওঁলোকে ফুলকবি নোখোৱাই মংগল।

5 / 5

বহু লোকৰ ফুলকবি খালে এলাৰ্জী হয়। ছালত খজুৱতি, ছাল ফুলা আৰু উশাহ লোৱাত কষ্ট হয়। আপোনাৰো যদি তেনেকুৱা কিবা সমস্যা আছে তেন্তে পৰিহাৰ কৰক ফুলকবি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...