গজ মিত্র কাৰ্যসূচীৰ জৰিয়তে হ্ৰাস কৰা হ'ব হাতী-মানুহৰ সংঘাত... | Budget 2025-26 : Assam to Launches 'Gaja Mitra Scheme' to Tackle human-elephant conflict Assam news - Assam Tv9

গজ মিত্র কাৰ্যসূচীৰ জৰিয়তে হ্ৰাস কৰা হ’ব হাতী-মানুহৰ সংঘাত…

Published: 

10 Mar 2025 22:56 PM

হাতী-মানুহৰ সংঘাতৰ দ্বাৰা প্ৰভাৱিত পাঁচখন জিলাত ৰূপায়ন কৰা হ'ব "গজ মিত্র কাৰ্যসূচী" । জিলা কেইখন হৈছে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰ ।

1 / 5সোমবাৰে দাখিল কৰা হ'ল বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট । আজি বাজেটত বন্যপ্ৰাণী-মানুহৰ সংঘাতৰ নিৰ্মূল কৰিবৰ বাবে "বন মিত্ৰ অভিযান" ৰূপায়নৰ কথা ঘোষণা কৰা হৈছে । ইয়াৰ বাবে ২০ কোটি টকা ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে ।

সোমবাৰে দাখিল কৰা হ'ল বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট । আজি বাজেটত বন্যপ্ৰাণী-মানুহৰ সংঘাতৰ নিৰ্মূল কৰিবৰ বাবে "বন মিত্ৰ অভিযান" ৰূপায়নৰ কথা ঘোষণা কৰা হৈছে । ইয়াৰ বাবে ২০ কোটি টকা ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে ।

2 / 5

এই অভিযানৰ অংশ হিচাপে সাংঘাতিক ধৰণে হাতী-মানুহৰ সংঘাতৰ দ্বাৰা প্ৰভাৱিত পাঁচখন জিলাত ৰূপায়ন কৰা হ'ব "গজ মিত্র কাৰ্যসূচী" । জিলা কেইখন হৈছে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰ ।(Credits: Getty Images)

3 / 5

এই কাৰ্যসূচীৰ জৰিয়তে হাতীৰ বাসস্থান নিশ্চিত কৰা, হাতীৰ গতিবিধিৰ ওপৰত বাস্তৱ সময়ৰ সতৰ্কবাণীৰ বাবে AI ভিত্তিক কেমেৰা স্থাপন কৰা আৰু সঘনাই হাতীয়ে খাদ্য বিচাৰি ফুৰা অঞ্চলত আগতীয়াকৈ ধান ক্ৰয়ৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব ।(Credits: Getty Images)

4 / 5

তদুপৰি ৰাস্তা আৰু ৰে'লপথৰ ওপৰৰ মূল ক্ৰছিং পইণ্টত জীৱ-জন্তুৰ বাবে নিৰাপদ ক্ৰছিং নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব ।(Credits: Getty Images)

5 / 5

একে সময়তে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ ফলত নিহত লোকৰ পৰিয়াললৈ ক্ষতিপূৰণ ৪ লাখৰ পৰা ৫ লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছে । সমান্তৰালভাৱে বন্যপ্ৰাণীৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা কৃষকৰ ক্ষতিপূৰণ প্ৰতি বিঘাত ৭,৫০০ৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছে ।(Credits: Getty Images)

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...