চেল্যুট! ৫৫ ডিগ্ৰী উষ্ণতাত সীমান্তত সুৰক্ষা দি আছে BSF জোৱানসকলে… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

চেল্যুট! ৫৫ ডিগ্ৰী উষ্ণতাত সীমান্তত সুৰক্ষা দি আছে BSF জোৱানসকলে…

Updated On: 

26 May 2024 | 02:26 PM

গৰমে দহিছে দেশ! উত্তৰ ভাৰতৰ গৰমৰ তাপমান ৫০ ৰ ঘৰ চুইছে। জয়ছালমেৰত তাপমান ৫০ ডিগ্ৰী ছেলচিয়াছ। এনে পৰিস্থিতিত মানুহে ঘৰৰ ভিতৰতে থকাৰ ইচ্ছা কৰে। কিন্তু তাতেই নিয়োজিত আছে বিএছএফ জোৱান।

1 / 5গৰমে দহিছে দেশ! কেইবাখনো ৰাজ্যত ৪০ ডিগ্ৰী পাৰ কৰিছে গৰমে। বিশেষকৈ উত্তৰ ভাৰতৰ গৰমৰ তাপমান ৫০ ৰ ঘৰ চুইছে। জয়ছালমেৰত তাপমান ৫০ ডিগ্ৰী ছেলচিয়াছ। এনে পৰিস্থিতিত মানুহে ঘৰৰ ভিতৰতে থকাৰ ইচ্ছা কৰে।

গৰমে দহিছে দেশ! কেইবাখনো ৰাজ্যত ৪০ ডিগ্ৰী পাৰ কৰিছে গৰমে। বিশেষকৈ উত্তৰ ভাৰতৰ গৰমৰ তাপমান ৫০ ৰ ঘৰ চুইছে। জয়ছালমেৰত তাপমান ৫০ ডিগ্ৰী ছেলচিয়াছ। এনে পৰিস্থিতিত মানুহে ঘৰৰ ভিতৰতে থকাৰ ইচ্ছা কৰে।

2 / 5

কিন্তু ৫৫ ডিগ্ৰী উষ্ণতাতো সীমান্তত দেশৰ হৈ সেৱা আগবঢ়াই আছে জোৱানসকলে। সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ সাহসৰ সন্মুখত গৰম ম্লান হৈ পৰিছে। ৰাজস্থানত প্ৰচণ্ড গৰমৰ বাবে বহু জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এনে পৰিস্থিতিত জয়ছালমেৰৰ সমীপৰ ভাৰত-পাকিস্তান সীমান্তত গ্ৰীষ্ণ প্ৰবাহে ভয়ংকৰ ৰূপ লৈছে। আনকি বালিৰ তাপত ৰুটি সেকিব পৰা হৈছে।

3 / 5

গ্ৰীষ্মপ্ৰবাহ

4 / 5

চহৰত তাপমাত্ৰা ৪৮ ডিগ্ৰী হোৱাৰ বিপৰীতে ভাৰত-পাকিস্তান সীমান্তৰ তাপমাত্ৰা ৫৫ ডিগ্ৰীৰ ওচৰ পাইছেগৈ। ইয়াৰ মাজতো পুৰুষ-মহিলা বিএএছএফ জোৱানসকলে তাত কৰ্তব্যত নিয়োজিত হৈ আছে। পুৱা ১০ বজাৰ পৰা তাপমাত্ৰা ৫০, ৫১, ৫২, ৫৩ আৰু দুপৰীয়া ১২ বজাৰ পিছত ৫৪ আৰু ৫৫ পৰ্যন্ত হয়।

5 / 5

মহিলা বিএএছএফ কৰ্মী এগৰাকীয়ে কয় যে, তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হয়। কিন্তু দেশৰ প্ৰতি থকা প্ৰেমে তেওঁলোকক এই সাহস দিয়ে। সীমান্তত দেশবাসীৰ হৈ নিয়োজিত হৈ থকা জোৱানসকলক চেল্যুট...

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...