২১ বছৰ পূৰ্বে বলীউডত পেলাইছিল খোজ, যিয়ে শ্বাহৰুখৰ সৈতেও কৰিছিল ৰোমাঞ্চ...ক'ত হেৰাল সেই অভিনেত্ৰী? | Bollywood Movie swades Details, Where is actress gayatri joshi Assam news - Assam Tv9

২১ বছৰ পূৰ্বে বলীউডত পেলাইছিল খোজ, যিয়ে শ্বাহৰুখৰ সৈতেও কৰিছিল ৰোমাঞ্চ…ক’ত হেৰাল সেই অভিনেত্ৰী?

Published: 

23 Mar 2025 | 02:02 PM

চলচ্চিত্ৰ জগতৰ বহু শিল্পীয়ে কাম কৰিছে আৰু তাৰে কোনোবা হিট হৈছে,আন কোনোবা কেৰিয়াৰত ফ্লপ হৈছে। এই বলীউডৰ জগতখনৰ পৰা কিছুমান অভিনেত্ৰী আকৌ অন্তৰ্ধান হৈছে। ইয়াৰে এটা নাম হ’ল অভিনেত্ৰী গায়ত্ৰী যোশীৰ, যিয়ে শ্বাহৰুখ খানৰ সৈতে তেওঁৰ স্বদেশ ছবিত অভিনয় কৰিছিল।

1 / 5আপুনি নিশ্চয় টিভিত চাহৰুখ খানৰ স্বদেশ ছবিখন চাইছে। যেতিয়া এই ছবিখন আহিছিল, তেতিয়া বিশেষ চলা নাছিল। অৰ্থাৎ শ্বাহৰুখৰ আন ছবিৰ দৰে দৰ্শকে ভাল নাপালে। কিন্তু পিছলৈ এই ছবিখন হিট হৈ পৰিছিল।

আপুনি নিশ্চয় টিভিত চাহৰুখ খানৰ স্বদেশ ছবিখন চাইছে। যেতিয়া এই ছবিখন আহিছিল, তেতিয়া বিশেষ চলা নাছিল। অৰ্থাৎ শ্বাহৰুখৰ আন ছবিৰ দৰে দৰ্শকে ভাল নাপালে। কিন্তু পিছলৈ এই ছবিখন হিট হৈ পৰিছিল।

2 / 5

এই ছবিখনত শ্বাহৰুখ খানে অভিনেত্ৰী গায়ত্ৰী যোশীৰ সৈতে ৰোমাঞ্চ কৰিছিল। ছবিখনত দুয়োৰে যুটি ভাল পোৱাৰ লগতে গায়ত্ৰী যোশীৰ অভিনয়কো অতিশয় প্ৰশংসা কৰিছিল। কিন্তু তাৰ পিছত পুনৰ গায়ত্ৰীয়ে চিনেমাত ভৰি নিদিলে।

3 / 5

স্বদেশ ছবিখন মুক্তিৰ সময়ত অভিনেত্ৰীগৰাকীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অনুৰাগীসকলে অভিনেত্ৰীগৰাকী কোন সেইটো জানিবলৈ কৌতুহলী আছিল।

4 / 5

চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গাৱৰকাৰে এবাৰ অভিনেত্ৰীগৰাকীয়ে ছবিত কাম নকৰাৰ আঁৰৰ কাৰণ কৈছিল। তেওঁ কৈছিল যে গায়ত্ৰী ব্যক্তিগত জীৱনত ব্যস্ত হৈ পৰিছে। তেওঁ বিয়া হৈছে আৰু পৰিয়ালক সময় দিব বিচাৰে।

5 / 5

স্বদেশ ছবিৰ কথা ক’বলৈ গ’লে এই ছবিখন আশুতোষ গাৱৰকাৰে পৰিচালনা কৰিছিল আৰু ছবিখনৰ সংগীত কৰিছিল এ আৰ ৰহমানে। আজিও এই ছবিখনৰ সংগীত সকলোৰে বহুত ভাল লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...