গৰ্ভধাৰণ কৰাৰ পিছত মহিলাসকলে কেনেধৰণৰ পোছাক পৰিধান কৰিব, চাওক সবিশেষ Assam news - Assam Tv9

গৰ্ভধাৰণ কৰাৰ পিছত মহিলাসকলে কেনেধৰণৰ পোছাক পৰিধান কৰিব, চাওক সবিশেষ

Published: 

15 May 2024 | 03:45 PM

টিভি অভিনেত্ৰী ৰুবিনা দিলাইকে ইটোৰ পিছত সিটো সাজ-পোছাকত ষ্টাইল ষ্টেটমেণ্ট ছেট কৰি থাকে। গৰ্ভাৱস্থাতো অতি ষ্টাইলিছ লুকত দেখা গৈছিল।

1 / 5গৰ্ভধাৰণ কৰাৰ পিছত মহিলাসকলে কেনেধৰণৰ পোছাক পৰিধান কৰিব, চাওক সবিশেষ

2 / 5

ৱেব ছিৰিজ হীৰমণ্ডিৰ উপৰিও বলীউডৰ ডিভা ৰিচা চাড্ডাও গৰ্ভধাৰণৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। অভিনেত্ৰীগৰাকীৰ দৰেই গৰ্ভাৱস্থাত দীঘল ড্ৰেছ অতি আৰামদায়ক হ’ব আৰু ইয়াৰ উপৰিও ষ্টাইলিছ লুক দিব।

3 / 5

4 / 5

5 / 5

টিভি অভিনেত্ৰী দেবিনা বেনাৰ্জীও দুগৰাকী কন্যা সন্তানৰ মাতৃ। গৰ্ভাৱস্থাত অভিনেত্ৰীগৰাকীৰ ৰূপ দেখি আচৰিত হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...