আজি অনুষ্কা শৰ্মাৰ জন্মদিন, জানক অভিনেত্ৰীগৰাকীৰ জীৱনৰ বহু কথা... Assam news - Assam Tv9

আজি অনুষ্কা শৰ্মাৰ জন্মদিন, জানক অভিনেত্ৰীগৰাকীৰ জীৱনৰ বহু কথা…

Updated On: 

01 May 2024 | 12:21 PM

অনুষ্কা শৰ্মাৰ আজি ৩৬ সংখ্যক জন্মদিন। অভিনেত্ৰীগৰাকীয়ে 'ৰাব নে বানা দি জোৰী', 'বেণ্ড বাজা বাৰাত', আদি বহুতো ছুপাৰহিট ছবিত অভিনয় কৰিছে। আজি অনুষ্কাৰ জন্মদিনত তেওঁৰ লগত জড়িত কিছুমান বিশেষ কথা জানি লওক।

1 / 5বলীউদৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ আজি ৩৬ সংখ্যক জন্মদিন

বলীউদৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ আজি ৩৬ সংখ্যক জন্মদিন

2 / 5

অনুষ্কাই ২০০৮ চনত ‘ৰব নে বানা দি জোৰী’ ছবিৰে চলচ্চিত্ৰত প্ৰৱেশ কৰিছিল। অনুষ্কাই ২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীত ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

3 / 5

২০১৩ চনত শ্বেম্পুৰ বিজ্ঞাপনৰ সময়ত বিৰাট আৰু অনুষ্কাৰ লগ পাইছিল, তাৰ পিছত তেওঁলোকৰ প্ৰেম কাহিনী আগবাঢ়িছিল। এতিয়া দুয়োৰে এগৰাকী কন্যা বামিকা আৰু পুত্ৰ অকয়।

4 / 5

অনুষ্কা শৰ্মাই মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৭ চনত তেওঁ এগৰাকী সফল মডেল হিচাপে পৰিগণিত হয়, তাৰ পিছত তেওঁ বহু ব্ৰেণ্ডৰ পৰা এণ্ডাৰছমেণ্ট লাভ কৰিবলৈ আৰম্ভ কৰে।

5 / 5

মডেলিং কৰাৰ পিছত অনুষ্কাই ছবিজগতত প্ৰৱেশ কৰিবলৈ সুবিধা পাইছিল। ২০০৮ চনত অনুষ্কাই শ্বাহৰুখ খানৰ সৈতে প্ৰথমখন বলীউড ছবি ‘ৰব নে বানা দি জোৰী’ত অভিনয় কৰিছিল। তথ্যনুসৰি, অনুষ্কাই সাংবাদিক হ'ব বিচাৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...