মদ্যপানে শৰীৰৰ চুগাৰ নিয়ন্ত্ৰণ ক্ষমতা হ্ৰাস কৰে, জানক সবিশেষ | Blood sugar after drinking alcohol; Read more in Assamese Assam news - Assam Tv9

মদ্যপানে শৰীৰৰ চুগাৰ নিয়ন্ত্ৰণ ক্ষমতা হ্ৰাস কৰে, জানক সবিশেষ

Updated On: 

31 Aug 2024 | 08:55 PM

বৰ্তমান সময়ত নিয়মীয়াকৈ মদ্যপান কৰাৰ অভ্যাস প্ৰায় সংখ্যক লোকৰে থাকে । মদ্যপানৰ অভ্যাস আঁতৰ কৰিবলৈ ইমান সহজ নহয় । নিয়মিতভাৱে মদ্যপানৰ উপকাৰিতাতকৈ অপকাৰিতা অধিক । আপোনাৰ যদি চুগাৰৰ সমস্যা আছে বা উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে মদ্যপান কৰাৰ ক্ষেত্ৰত সাৱধান হোৱাটো অতি প্ৰয়োজন । অত্যাধিক মদ্যপানে শৰীৰৰ চুগাৰ নিয়ন্ত্ৰণৰ ক্ষমতা হ্ৰাস কৰে। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত এই আশংকা বহু বেছি।

1 / 8বৰ্তমান সময়ত নিয়মীয়াকৈ মদ্যপান কৰাৰ অভ্যাস প্ৰায় সংখ্যক লোকৰে থাকে । মদ্যপানৰ অভ্যাস আঁতৰ কৰিবলৈ ইমান সহজ নহয় ।

বৰ্তমান সময়ত নিয়মীয়াকৈ মদ্যপান কৰাৰ অভ্যাস প্ৰায় সংখ্যক লোকৰে থাকে । মদ্যপানৰ অভ্যাস আঁতৰ কৰিবলৈ ইমান সহজ নহয় ।

2 / 8

নিয়মিতভাৱে মদ্যপানৰ উপকাৰিতাতকৈ অপকাৰিতা অধিক । আপোনাৰ যদি চুগাৰৰ সমস্যা আছে বা উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে মদ্যপান কৰাৰ ক্ষেত্ৰত সাৱধান হোৱাটো অতি প্ৰয়োজন ।

3 / 8

প্ৰকৃততে মদত অধিক চুগাৰ বা কাৰ্বহাইড্ৰেট থাকে। গতিকে মদ্যপান কৰিলে হঠাৎ শৰীৰৰ চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

4 / 8

মদ্যপানে বিভিন্ন ধৰণে শৰীৰত প্ৰতিক্ৰিয়া সৃষ্টি কৰে । সকলোৰে ক্ষেত্ৰত মদপানৰ প্ৰভাৱ একে নহয় ।

5 / 8

অত্যাধিক মদ্যপানে শৰীৰৰ চুগাৰ নিয়ন্ত্ৰণৰ ক্ষমতা হ্ৰাস কৰে। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত এই আশংকা বহু বেছি।

6 / 8

বিশেষকৈ টাইপ-১ ডায়েবেটিছ ৰোগীৰ তেজৰ চুগাৰৰ পৰিমাণ কমি যাব পাৰে। হঠাতে তেজৰ চেগাৰ পৰিমাণ কমি গ’লে বিভিন্ন শাৰীৰিক জটিলতাৰ সৃষ্টি হ’ব পাৰে।

7 / 8

মদত কাৰ্বহাইড্ৰেট বেছি থাকে। গতিকে ওজন হ্ৰাস কৰাত যথেষ্ট জটিল হৈ পৰিব পাৰে। ইয়াৰ উপৰিও ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। উচ্চ ৰক্তচাপও সমস্যা হ’ব পাৰে।

8 / 8

চুগাৰৰ সমস্যা বা উচ্চ ৰক্তচাপৰ সমস্যা, কোনোৱে যদি ওজন হ্ৰাস কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকে মদ্যপান কৰাৰ পৰা বিৰত থাকক ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...