বিহুৰ ওলগ জনায় সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে পাপনে Assam news - Assam Tv9

বিহুৰ ওলগ জনায় সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে পাপনে

Edited By: 

Parul Rawat | Updated On: 21 May 2024 | 02:05 PM

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ ভিতৰত অন্যতম পাপন। যিয়ে অসমীয়া লোক সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে।

1 / 5অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হৈছে পাপন। কেৱল অসমতে নহয় বলীউদটো পাপনৰ আছে বহু অনুৰাগী।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হৈছে পাপন। কেৱল অসমতে নহয় বলীউদটো পাপনৰ আছে বহু অনুৰাগী।

2 / 5

যাৰ কণ্ঠই সন্মোহিত কৰে অজস্ৰজনক। সামাজিক মাধ্যমত পাপনৰ আছে বহু হাজাৰলোকে অনুসৰন কৰে।

3 / 5

পাপনৰ যাদুকৰী কণ্ঠই মন্ত্ৰমুগ্ধ কৰে শ্ৰোতা–দৰ্শকক।

4 / 5

যিয়ে অসমীয়া লোক সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে।

5 / 5

বলীউডৰ ছবিত অসমৰ যুৱক

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...