ঠাণ্ডাৰ পৰা সকাহ পাব...কম বাজেটত ক্ৰয় কৰক এই বৈদ্যুতিক কম্বল... | Best Electric Blankets Under rs 2000: Top Affordable Picks for Winter Assam news - Assam Tv9

Electric Blanket : ঠাণ্ডাৰ পৰা সকাহ পাব…কম বাজেটত ক্ৰয় কৰক এই বৈদ্যুতিক কম্বল…

Published: 

01 Dec 2024 | 07:40 AM

২ হাজাৰ টকা পৰ্যন্ত বাজেটত ইলেক্ট্ৰিক কম্বল কিনিব বিচাৰে নেকি ?, যদি বিচাৰে তেন্তে এই বাজেটত উপলব্ধ কিছুমান ভাল বিকল্পৰ বিষয়ে তথ্য প্ৰদান কৰা হৈছে । এই বৈদ্যুতিক কম্বলে আপোনাক ঠাণ্ডাৰ পৰা সকাহ পোৱাত সহায় কৰিব পাৰে।

1 / 5যদি আপুনি ২ হাজাৰ টকা পৰ্যন্ত বাজেটত ইলেক্ট্ৰিক কম্বল কিনিব বিচাৰে, তেন্তে এই বাজেটত উপলব্ধ কিছুমান ভাল বিকল্পৰ বিষয়ে তথ্য প্ৰদান কৰা হৈছে । এই বৈদ্যুতিক কম্বলে আপোনাক ঠাণ্ডাৰ পৰা সকাহ পোৱাত সহায় কৰিব পাৰে। এটা কথা আমি স্পষ্টকৈ ক’ব বিচাৰিছো যে এই খবৰটো কেৱল তথ্যৰ বাবেহে, আপুনি কোনখন বৈদ্যুতিক কম্বল কিনিব লাগে সেইটো আপুনি ৰিভিউ পঢ়িহে সিদ্ধান্ত ল’ব লাগে।

যদি আপুনি ২ হাজাৰ টকা পৰ্যন্ত বাজেটত ইলেক্ট্ৰিক কম্বল কিনিব বিচাৰে, তেন্তে এই বাজেটত উপলব্ধ কিছুমান ভাল বিকল্পৰ বিষয়ে তথ্য প্ৰদান কৰা হৈছে । এই বৈদ্যুতিক কম্বলে আপোনাক ঠাণ্ডাৰ পৰা সকাহ পোৱাত সহায় কৰিব পাৰে। এটা কথা আমি স্পষ্টকৈ ক’ব বিচাৰিছো যে এই খবৰটো কেৱল তথ্যৰ বাবেহে, আপুনি কোনখন বৈদ্যুতিক কম্বল কিনিব লাগে সেইটো আপুনি ৰিভিউ পঢ়িহে সিদ্ধান্ত ল’ব লাগে।

2 / 5

ভভেন হিটিং বৈদ্যুতিক কম্বল : এই বৈদ্যুতিক কম্বলখন আমাজনত ৫৩ শতাংশ বৃহৎ ৰেহাইৰ পিছত ১৮৯৯ টকা (MRP ৩৯৯৯ টকা)ত বিক্ৰী কৰা হৈছে। এই সামগ্ৰীৰ জৰিয়তে কোম্পানীয়ে সতৰ্কবাণী দিছে যে যেতিয়া আপুনি বৈদ্যুতিক কম্বল ব্যৱহাৰ নকৰে তেতিয়া ইয়াক বৈদ্যুতিক চাৰ্জত নাৰাখিব।

3 / 5

ইলেক্ট্ৰিক বেড ৱাৰ্মাৰ : এইটো বৈদ্যুতিক কম্বল নহয় বৰঞ্চ বিচনা গৰম কৰা যাক আপুনি বিচনাত চাদৰৰ দৰে মেলি গৰম কৰিব পাৰে। গৰম হোৱাৰ পিছত শুব পাৰে। এই সামগ্ৰী ৫৭ শতাংশ ৰেহাই সৈতে ক্ৰয় কৰিব পাৰে । ৰেহাইৰ পিছত এই কম্বলখন ৮৫৮ টকাত (MRP Rs 1999) ক্ৰয় কৰিব পাৰিব।

4 / 5

বেল ইলেক্ট্ৰিক কম্বল : বেল কোম্পানীটোৰ এই সামগ্ৰীটো আমাজনত ৪.২ ৰেটিঙেৰে বিক্ৰী কৰা হৈছে। ৩০ শতাংশ ৰেহাইৰ পিছত ১৫৯৯ টকাত (MRP ২২৯৯ টকা) এই বেড ৱাৰ্মাৰটো ক্ৰয় কৰিব পাৰে । মন কৰিব যে, কোম্পানীয়ে এই প্ৰডাক্টটোৰ সৈতে ১০ বছৰৰ ৱাৰেণ্টী দিছে।

5 / 5

এই বৈদ্যুতিক কম্বলখন ফ্লিপকাৰ্টত ২২ শতাংশ ৰেহাইৰ পিছত ১৫৫৪ টকাত (MRP Rs ২০০০) বিক্ৰী কৰা হৈছে। এই প্ৰডাক্টটোৱে ১২ মাহৰ ৱাৰেণ্টী লাভ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...