২৫০০০ টকাতকৈ কম বাজেটৰ এচিৰ মডেল... | Best AC Under 25,000 : Top Split and Window AC You Can Buy Right Now Assam news - Assam Tv9

কম বাজেটত এচি ক্ৰয় কৰিব বিচাৰে নেকি? এই ৪ টা মডেল ২৫০০০ টকাতকৈ সস্তা…

Updated On: 

03 Jun 2025 | 09:25 PM

২৫ হাজাৰ টকা পৰ্যন্ত বাজেটত এচি ক্ৰয় কৰিব বিচাৰিছে নেকি ? কোনটো কোম্পানীৰ এচি কিমান মূল্যত উপলব্ধ? জানোঁ আহক...

1 / 6আপুনি ২৫ হাজাৰ টকা পৰ্যন্ত বাজেটত এচি ক্ৰয় কৰিব বিচাৰিছে নেকি ? এই মূল্যৰ পৰিসৰত উপলব্ধ split AC আৰু window AC ক্ৰয় কৰিব পাৰিব । কোনটো কোম্পানীৰ এচি কিমান মূল্যত উপলব্ধ? জানোঁ আহক। (Photo: Freepik)

আপুনি ২৫ হাজাৰ টকা পৰ্যন্ত বাজেটত এচি ক্ৰয় কৰিব বিচাৰিছে নেকি ? এই মূল্যৰ পৰিসৰত উপলব্ধ split AC আৰু window AC ক্ৰয় কৰিব পাৰিব । কোনটো কোম্পানীৰ এচি কিমান মূল্যত উপলব্ধ? জানোঁ আহক। (Photo: Freepik)

2 / 6

Realme 1 Ton AC: ৫১ শতাংশ ৰেহাইৰ পিছত ২৪,৯৯০ টকাত এই ১ টন ৩ ষ্টাৰ ৰেটিং AC টো ক্ৰয় কৰিব পাৰিব । এই মডেলৰ সৈতে কোম্পানীয়ে ১০ বছৰৰ কম্প্ৰেছাৰ আৰু ১ বছৰৰ প্ৰডাক্ট ৱাৰেণ্টী দিব। (Photo:Flipkart)

3 / 6

MarQ Split AC: যদি আপোনাৰ কোঠাটো সৰু আৰু আপুনি ১ টনৰ এচি বিচাৰিছে, তেন্তে ৫১ শতাংশ ৰেহাইৰ পিছত ২৩,৯৯০ টকাত এই AC টো ক্ৰয় কৰিব পাৰিব । এই এচিৰ সৈতে ১০ বছৰৰ কম্প্ৰেছাৰ আৰু ১ বছৰৰ প্ৰডাক্ট ৱাৰেণ্টী উপলব্ধ। (Photo:Flipkart)

4 / 6

Lloyd Window AC: ৫ বছৰৰ কম্প্ৰেছাৰ আৰু ১ বছৰৰ প্ৰডাক্ট ৱাৰেণ্টীৰ সৈতে অহা এই ১ টন ২ ষ্টাৰ ৰেটিং AC টো ৩৮ শতাংশ ৰেহাইৰ পিছত ২৪,৭৫০ টকাত উপলব্ধ। (Photo:Flipkart)

5 / 6

Voltas Split AC: এই এচিটো ৯০ বৰ্গফুটতকৈ সৰু কোঠাৰ বাবে উপযোগী। এই ০.৬ টন ২ ষ্টাৰ ৰেটিং এচিটো ৫৩ শতাংশ ৰেহাইৰ পিছত ২২,৯৯০ টকাত ফ্লিপকাৰ্টত উপলব্ধ। ১০ বছৰৰ কম্প্ৰেছাৰ আৰু ১ বছৰৰ ৱাৰেণ্টীও প্ৰদান কৰা হৈছে। (Photo:Flipkart)

6 / 6

বি:দ্ৰ: এই খবৰটো কেৱল তথ্যৰ বাবেহে, ওপৰত উল্লেখ কৰা কোনো মডেল কিনিবলৈ আমি পৰামৰ্শ দিয়া নাই। আপোনাৰ বাজেট, পছন্দ আৰু প্ৰয়োজন অনুসৰি এচি বাছি ল’ব পাৰে। (Photo: Freepik)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...