হৃদয়বিদাৰক! মৃত হাতীৰ পোৱালিক শুঁৰত লৈ দুৰ্ভগীয়া মাতৃৰ বিননি | baby elephant died in gibbon wildlife sanctuary assam Assam news - Assam Tv9

হৃদয়বিদাৰক! মৃত হাতীৰ পোৱালিক শুঁৰত লৈ দুৰ্ভগীয়া মাতৃৰ বিননি

Published: 

07 Nov 2024 | 06:09 PM

সাধাৰণতে বনহস্তীয়ে আক্ৰমণ কৰা বা ঘৰ-দুৱাৰ ভঙা অথবা খাদ্য-শস্য খাই তহিলং কৰাৰ বাতৰি আমি পাই থাকো। কিন্তু কেমেৰাত বন্দী হোৱা এটা হাতীৰ জাকৰ দৃশ্যই সেমেকাই তুলিছে সকলোৰে চকু। য'ত মৃত হাতী পোৱালিক শুঁৰেৰে কঢ়িয়াই লৈ ফুৰিছে মাতৃয়ে।

1 / 5 কেমেৰাত বন্দী হোৱা এটা দৃশ্যই সেমেকাই তুলিছে সকলোৰে চকু। য'ত মৃত হাতী পোৱালিক শুঁৰেৰে কঢ়িয়াই লৈ ফুৰিছে মাতৃয়ে।

কেমেৰাত বন্দী হোৱা এটা দৃশ্যই সেমেকাই তুলিছে সকলোৰে চকু। য'ত মৃত হাতী পোৱালিক শুঁৰেৰে কঢ়িয়াই লৈ ফুৰিছে মাতৃয়ে।

2 / 5

নিশা মৃত হাতীৰ পোৱালিটো মাতৃ কঢ়িয়াই লৈ ফুৰা কৰুণ দৃশ্য দেখিবলৈ পোৱা গৈছে । ওৰে নিশা সন্তানৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰিলে হাতীজনীয়ে।

3 / 5

মৃত হাতীৰ পোৱালি কঢ়িয়াই নিয়া মাতৃৰ মৰণকাতৰ চিৎকাৰ। হাতীজনীক জাকৰ সংগীসকলে দিছে সুৰক্ষা।

4 / 5

গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা হাতীৰ জাক। মৃত হাতী পোৱালীটো লৈ প্ৰথমে মৰিয়নিৰ চৈকতাৰ পৰা গৈতিতাবৰৰ তামোলবাৰীত অৱস্থান হাতীৰ জাকটোক।

5 / 5

অৱশেষত মৃত হাতী পোৱালীটো মাকে শিলিখা চাহ বাগিচাত এৰি দিয়ে। বন বিভাগে মৃত পোৱালীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিয়নী গিবন অভয়াৰণ্য লৈ যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...