21 May 2024 | 10:19 AM
শীঘ্ৰে অসমৰ ছবিগৃহলৈ আহিব এখন নতুন অসমীয়া ছবি।
অসীম বৈশ্যৰ পৰিচালনাত মুক্তি পাবলগীয়া ছবিখনৰ সোমবাৰে মুকলি হ'ল ট্ৰেইলাৰ।
সোমবাৰে জ্যোতি চিত্ৰবনত অসমীয়া ছবি ইমন'ৰ গীত আৰু ট্ৰেইলাৰ মুকলি।
জুবিনৰ কণ্ঠস্বৰৰ 'চকু মুদি জপিয়াম' শীৰ্ষক গীতটিৰ ভিডিঅ’ও মুকলি কৰে জুবিন গাৰ্গে।
'ইমন ফিল্মছ ক্রিয়েশ্যন'ৰ বেনাৰত নিৰ্মাণ ‘ইমন’ ছবিখনত অভিনয় কৰে মুনমী ফুকন, সিদ্ধাৰ্থ শৰ্মা, মাধুৰীমাৰ লগতে বহু ন পুৰণি শিল্পীয়ে। তথ্যনুসৰি, ছবিখনৰ দৃশ্যগ্ৰহণ গুৱাহাটীৰ লগতে গোৱাৰ বিভিন্ন স্থানত কৰা বুলি জানিব পৰা গৈছে।