MahaKumbh Mela 2025: মহাকুম্ভত মহাস্নান কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু পত্নী প্ৰিয়ম পল্লৱীৰ | Assamese Singer Vreegu Kashyap and Actress Priyam Pallabee takes a holy dip in Mahakumbh 2025 Assam news - Assam Tv9

MahaKumbh Mela 2025: মহাকুম্ভত মহাস্নান কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু পত্নী প্ৰিয়ম পল্লৱীৰ

Published: 

20 Feb 2025 | 08:45 PM

এইবাৰ পত্নীৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে পত্নী প্ৰিয়মৰ সৈতে গৈছে মহাকুম্ভলৈ। ভৃগু কাশ্যপে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ফটো।

1 / 5অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম ভৃগু কাশ্যপ। প্ৰায়ে চৰ্চাত থাকে কণ্ঠশিল্পীগৰাকী। (Image Credit source:Vreegu Kashyap Musical)

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম ভৃগু কাশ্যপ। প্ৰায়ে চৰ্চাত থাকে কণ্ঠশিল্পীগৰাকী। (Image Credit source:Vreegu Kashyap Musical)

2 / 5

সুখেৰে বৈবাহিক জীৱনৰ তিনিটা বছৰ পাৰ কৰিছে ভৃগু আৰু প্ৰিয়ম পল্লৱীয়ে। ১ মাৰ্চত বৈবাহিক জীৱনৰ ৪ টা বছৰ সম্পূৰ্ণ কৰিব দুয়ো। হাতত হাত ধৰি সুখেৰে বৈবাহিক জীৱনত আগুবাঢ়ি গৈছে ভৃগু-প্ৰিয়মে। (Image Credit source:Vreegu Kashyap Musical)

3 / 5

এইবাৰ পত্নীৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে পত্নী প্ৰিয়মৰ সৈতে গৈছে মহাকুম্ভলৈ। ভৃগু কাশ্যপে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ফটো।(Image Credit source:Vreegu Kashyap Musical)

4 / 5

মহাকুম্ভত মহাস্নান কৰিলে কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু পত্নী প্ৰিয়ম পল্লৱীয়ে। ভৃগুৰ প্ৰতিটো কামত আৰু প্ৰতিটো সময়ত একেলগে থাকে প্ৰিয়ম। (Image Credit source:Vreegu Kashyap Musical)

5 / 5

হাতত হাত থৈ বহু ৰঙীন সপোন বুকুত বান্ধি দুয়ো আৰম্ভ কৰিছিল যুগ্ম জীৱন। আজি দুয়োৰে মহাকুম্ভৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। (Image Credit source:Vreegu Kashyap Musical)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...