আজি কণ্ঠশিল্পী দিক্ষু আৰু বিজিয়েতাৰ বিবাহ বাৰ্ষিকী, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো Assam news - Assam Tv9

আজি কণ্ঠশিল্পী দিক্ষু আৰু বিজিয়েতাৰ বিবাহ বাৰ্ষিকী, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Published: 

09 May 2024 | 02:57 PM

নিজৰ কণ্ঠৰ জৰিয়তে জনসাধৰণৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে দিক্ষুই। আজি প্ৰিয় কন্ঠশিল্পীগৰাকীৰ বিবাহ বাৰ্ষিকী। পত্নী বিজিয়েতাৰ সৈতে খোজ দিলে আকৌ এটা নতুন বৰ্ষত।

1 / 5অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ ভিতৰত অন্যতম দিক্ষু শৰ্মা।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ ভিতৰত অন্যতম দিক্ষু শৰ্মা।

2 / 5

সামাজিক মাধ্যমত দিক্ষুৰ আছে বহু অনুৰাগী। নিজৰ কণ্ঠৰ জৰিয়তে জনসাধৰণৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে দিক্ষুই।

3 / 5

আজি প্ৰিয় কন্ঠশিল্পীগৰাকীৰ বিবাহ বাৰ্ষিকী। পত্নী বিজিয়েতাৰ সৈতে খোজ দিলে আকৌ এটা নতুন বৰ্ষত।

4 / 5

প্ৰেমৰ পৰা বিয়ালৈ, দুয়ো হাতে হাত ধৰি সুখে দুখে আগুৱাইছে। বিজেয়িতাৰো সামাজিক মাধ্যমত আছে যথেষ্ট অনুৰাগী। নিজৰ কষ্টেৰে বিজেয়িতায়ো গঢ়িছে নিজৰ পৰিচয়।

5 / 5

এই বিশেষ দিনটোত সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে দুয়ো। অনুৰাগীসকলে শুভেচ্ছা বাৰ্তাৰে ওপচাই পেলাইছে সামাজিক মাধ্যম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...