Parul Rawat | Updated On: 21 May 2024 | 02:05 PM
দীপলিনা ডেকা অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল। কেৱল অভিনেত্ৰী হিচাপে নহয় কণ্ঠশিল্পী হিচাপে দীপলিনাৰ আছে অজস্ৰ অনুৰাগী।
সামাজিক মাধ্যত দীপলিনাৰ আছে বহু অনুৰাগী। চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল দীপলিনাই।
প্ৰায়ে দীপলিনাৰ ফটো বা ভিডিঅ' ভাইৰেল হৈ থাকে সামাজিক মাধ্যমত। বিভিন্নজনৰ 'ক্ৰাচ' দীপলিনা।
বিহুৰ সময়ত যথেষ্ঠ ব্যস্ত শিল্পীগৰাকী। ইখনৰ পিছত সিখন অনুষ্ঠানক কৰিছতে সংগীত পৰিৱেশন। খাৰঘুলি ৰঙালী বিহু সন্মিলনত সংগীত পৰিৱেশন কৰি দীপলিনাই শ্বেয়াৰ কৰিছে ফটো।