Achurjya Borpatra: আজি কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ ওপজা দিন, সামাজিক মাধ্যমত বিভিন্নজনে জনাইছে শুভেচ্ছা... | assamese singer achurjya borpatra 37th birthday Assam news - Assam Tv9

Achurjya Borpatra: আজি কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ ওপজা দিন, সামাজিক মাধ্যমত বিভিন্নজনে জনাইছে শুভেচ্ছা…

Updated On: 

17 Nov 2024 | 06:06 PM

Achurjya Borpatra Birthday: ৩৭ বছৰত ভৰি দিলে মৰমৰ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই। আজি ওপজা দিন উপলক্ষে ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীয়ে।বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আচুৰ্যই।

1 / 5আজি জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইৰ ওপজা দিন।  ৩৭ বছৰত ভৰি দিলে মৰমৰ কণ্ঠশিল্পীগৰাকীয়ে।

আজি জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইৰ ওপজা দিন। ৩৭ বছৰত ভৰি দিলে মৰমৰ কণ্ঠশিল্পীগৰাকীয়ে।

2 / 5

১৯৮৭ চনৰ নৱেম্বৰৰ ১৭ তাৰিখে গোলাঘাটৰ সৰুপথাৰত জন্ম হৈছিল আচুৰ্যৰ। আচুৰ্য বৰপাত্ৰৰ সম্পূৰ্ণ নাম আচুৰ্য বৰপাত্ৰ গোহাঁই।

3 / 5

আচুৰ্য বৰপাত্ৰৰ পিতৃৰ নাম মোহন চন্দ্ৰ গোহাঁই আৰু মাতৃ সুমিত্ৰা গোহাঁই। বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আচুৰ্যই।

4 / 5

অসমৰ ৰাইজক কেইবাটাও সুন্দৰ গানৰ উপহাৰ দিছে কণ্ঠশিল্পীগৰাকীয়ে। তাৰ ভিতৰত অন্যতম এটা হ'ল 'বিদূৰভাই'।

5 / 5

ইয়াৰ উপৰিও 'ৰামচন্দ্ৰ আহিছে','হয়নে ক',মলয়া বাইদেউ, ইংলিছ বাইদেউ আদি জনপ্ৰিয়। ১৫ বছৰীয়া প্ৰেমৰ অন্তত ২০২৩ চনত ডেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় কণ্ঠশিল্পীগৰাকী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...