আজি জানমণিৰ বিয়া, মাহ-হালধি সানি হোমৰ গুৰিত বহিল জানমণি, দৰা কোন? | Assamese Popular actress Shyamontika Sharma's wedding today Assam news - Assam Tv9

আজি জানমণিৰ বিয়া, মাহ-হালধি সানি হোমৰ গুৰিত বহিল জানমণি, দৰা কোন?

Updated On: 

06 Feb 2025 | 04:48 PM

নতুন জীৱনৰ পাতনি মেলিলে জানমণিয়ে। চৌদিশে জানমণিৰ বিয়াক লৈ উদুলি-মুদুলি পৰিৱেশ। শ্যামন্তিকা শৰ্মাই ৰিয়েল লাইফত পিন্ধিছে কইনাৰ সাজ শিৰত লৈছে স্বামীৰ নামৰ সেন্দুৰ। এই বিয়াত উপস্থিত সাংস্কৃতিক জগতৰ বহুলোক।

1 / 5অন্ত পৰিল জানমণিৰ সকলো গুণা-গঁথাৰ!অৱশেষত জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ শিৰত সেন্দুৰ আঁকি দিলে মানস বৰাই।(Image Credit source: Social Media)

অন্ত পৰিল জানমণিৰ সকলো গুণা-গঁথাৰ!অৱশেষত জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ শিৰত সেন্দুৰ আঁকি দিলে মানস বৰাই।(Image Credit source: Social Media)

2 / 5

অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ আজি বিয়া। অভিনয়েৰে সকলোৰ হৃদয় জয় কৰা অভিনেত্ৰীগৰাকীৰ জীৱনলৈ আহিছে প্ৰেম। (Image Credit source: Social Media)

3 / 5

আজিৰে পৰা সামাজিক আৰু আইনীভাৱে যুগ্ম জীৱনৰ পাতনি মেলিছে জানমণিয়ে। এতিয়া গোলাঘাটৰ বোৱাৰী হ'ব শ্যামন্তিকা শৰ্মা। (Image Credit source: Social Media)

4 / 5

মোহময়ী অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ বিয়পি পৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে। সকলোতে ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ বিয়াৰ ফটো। (Image Credit source: Social Media)

5 / 5

যশস্বী পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে জীৱন বাটত খোজ দিব শ্যামন্তিকাই। জীৱনৰ বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অৱশেষত শ্যামন্তিকাই বিচাৰি পালে মনৰ মানুহজন। (Image Credit source: Social Media)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...