ছবিগৃহলৈ প্ৰস্তুতি পৰাশৰৰ নতুন ছবি 'প্ৰতিশ্ৰুতি', সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো Assam news - Assam Tv9

ছবিগৃহলৈ প্ৰস্তুতি পৰাশৰৰ নতুন ছবি ‘প্ৰতিশ্ৰুতি’, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Updated On: 

24 May 2024 | 11:11 AM

মুক্তি পালে আন এখন নতুন অসমীয়া কথাছবি ‘প্ৰতিশ্ৰুতি’। ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে নতুন ছবিখন। মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ বেলতলাৰ মেট্ৰিক্স ছবিগৃহত প্ৰিমিয়াৰ মুকলি হয়।

1 / 5অসমীয়া চিনেমা চাবলৈ চিনেমা ছবিগৃহত ভিৰ কৰিছে দৰ্শকে।

অসমীয়া চিনেমা চাবলৈ চিনেমা ছবিগৃহত ভিৰ কৰিছে দৰ্শকে।

2 / 5

এইবাৰ ছবিগৃহলৈ আহিল প্ৰস্তুতি পৰাশৰৰ নতুন ছবি 'প্ৰতিশ্ৰুতি'।

3 / 5

বৃহস্পতিবাৰে বেলতলাৰ Matrix Cinema Hallত ছবিখনৰ প্ৰিমিয়াৰ মুকলি কৰা হয়। ছবিখনত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী, প্লাৱিতা বৰঠাকুৰ, সিদ্বাৰ্থ কাশ্যপ, ৰূপম বৰুৱা, গীতাৱলী ৰাজকুমাৰী, স্নিগ্ধা ৰাণী বৰুৱা, শিৱৰঞ্জনী বৰুৱাই।

4 / 5

অতিথি শিল্পী হিচাপে অভিনয় কৰিছে জুবিন গাৰ্গে ৷ এখন ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ অসমৰ প্ৰতিটো চিত্ৰগৃহত উপস্থিত হৈছেহি "প্ৰতিশ্ৰুতি"।

5 / 5

Madhur cine art production ৰ বেনাৰত এই ছবিখন ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে। সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি এই কথা জনাই অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...