Kedarnath: অসমৰ জাপি জিলিকিছে কেদাৰনাথত, জাপিৰ কথা পাতোঁ আহক
আজি খোল খালে কেদাৰনাথ মন্দিৰৰ মূল দ্বাৰ। জাপি আৰু মালাৰে আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে মন্দিৰ। কঠোৰ নিৰাপত্তাৰ লগতে চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে। এইবাৰ মন্দিৰ চৌহদত ভিডিঅ’ গ্ৰাফী আৰু ৰীলছ বনোৱাত বাধা আৰোপ কৰিছে মন্দিৰ কৰ্তৃপক্ষই।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5