Cannes Film Festival ত প্ৰদৰ্শিত হ'ল অসমীয়া পৰিচালকৰ হিন্দী ছবি 'কুকি' Assam news - Assam Tv9

Cannes Film Festival ত প্ৰদৰ্শিত হ’ল অসমীয়া পৰিচালকৰ হিন্দী ছবি ‘কুকি’

Updated On: 

22 May 2024 | 09:56 AM

কাঁন চলচ্চিত্ৰ মহোৎসৱত অসমৰ নৱাগত অভিনেত্ৰী ৰিতীষা খাউণ্ড।‘কুকি’ নামৰ ছবিৰ প্ৰিমিয়াৰৰ বাবে উপস্থিত থাকে অভিনেত্ৰীগৰাকী।

1 / 5Cannes Film Festival ত প্ৰদৰ্শিত হ’ল অসমীয়া পৰিচালকৰ হিন্দী ছবি ‘কুকি’

2 / 5

অসমৰ নৱাগত অভিনেত্ৰী ৰিতীষা খাউণ্ডক দেখা গ’ল কাঁন চলচ্চিত্ৰ মহোৎসৱত। ‘কুকি’ নামৰ ছবিৰ প্ৰিমিয়াৰৰ বাবে উপস্থিত থাকে অভিনেত্ৰীগৰাকী।

3 / 5

চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকে ছবিখনৰ প্ৰযোজক জোনমণি দেৱী খাউণ্ডো।

4 / 5

পেলেই ৮ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হ’ল অসমীয়া পৰিচালকৰ এই হিন্দী ছবিখন। প্ৰেক্ষাগৃহত উপস্থিত হৈ কিছুমান চলচ্চিত্ৰ নিৰ্মাতা, বিতৰক, অভিনেতাই ছবিখন চাইছিল আৰু ভূয়সী প্ৰশংসা কৰিছিল।

5 / 5

ফ্ৰান্স আৰু মোনাকোৰ লগতে কেইবাখনো দেশে ছবিখন তেওঁলোকৰ দেশত মুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছে। অভিনেত্ৰী ৰিতীষাই আন পৰিচালকৰ চলচ্চিত্ৰত কাম কৰিবলৈ পোনপটীয়া আমন্ত্ৰণ পাইছিল। ২৮ জুনত ভাৰতৰ ছবিগৃহত মুক্তিলাভ কৰিব ছবিখনে। সামাজিক মাধ্যমত এই কথা শ্বেয়াৰ কৰে প্ৰযোজক জোনমণি দেৱী খাউণ্ডে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...