গোৱাৰ ধুনীয়া পৰিৱেশত পৰিয়ালৰ সৈতে বৰষা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো Assam news - Assam Tv9

গোৱাৰ ধুনীয়া পৰিৱেশত পৰিয়ালৰ সৈতে বৰষা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Updated On: 

10 May 2024 | 09:07 PM

বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে। এতিয়ালৈ বহু ছবিৰ লগতে ধাৰাবাহিকত অভিনয় কৰি আছে বৰষাই।

1 / 5অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বৰষা ৰাণী বিষয়া।

অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বৰষা ৰাণী বিষয়া।

2 / 5

সামাজিক মাধ্যমত বৰষাৰ আছে বহু অনুৰাগী।

3 / 5

ছবিৰ লগতে ধাৰাবাহিকত অভিনয় কৰি আছে বৰষাই।

4 / 5

কিছুদিন পূৰ্বে গোৱালৈ অৱসৰ-বিনোদনৰ বাবে যোৱা ফটো শ্বেয়াৰ কৰিছে বৰষাই।

5 / 5

ফটো শ্বেয়াৰ কৰি লিখিছে-Reminiscing few beautiful moments from our recent Goa vacation with loved ones

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...