পাখি মেলি উৰি যাব বিচাৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই! সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো Assam news - Assam Tv9

পাখি মেলি উৰি যাব বিচাৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই! সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Published: 

24 Apr 2024 | 07:51 PM

অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বৰষা ৰাণী বিষয়া। সামাজিক মাধ্যমত বৰষাৰ আছে বহু অনুৰাগী। বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে। এতিয়ালৈ বহু ছবিৰ লগতে ধাৰাবাহিকত অভিনয় কৰি আছে বৰষাই।

1 / 5অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বৰষা ৰাণী বিষয়া। সামাজিক মাধ্যমত বৰষাৰ আছে বহু অনুৰাগী।

অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বৰষা ৰাণী বিষয়া। সামাজিক মাধ্যমত বৰষাৰ আছে বহু অনুৰাগী।

2 / 5

বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে। এতিয়ালৈ বহু ছবিৰ লগতে ধাৰাবাহিকত অভিনয় কৰি আছে বৰষাই।

3 / 5

অভিনয়েৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল বৰষাই। বিভিন্ন ভিডিঅ'ৰ জৰিয়তে সামাজিক মাধ্যমত ব্যক্তিগত জীৱনৰ প্ৰতিটো কথা জনাই যায় অভিনেত্ৰীগৰাকীয়ে।

4 / 5

বৰষাৰ প্ৰতিটো কামতে সহায় কৰে তেওঁৰ স্বামী ভাস্কৰ বৰুৱাই। ৰাইজে তেওঁলোকৰ যুটিটোক বহুত বেছি পছন্দ কৰে। কিছুদিন পূৰ্বে পৰিয়ালৰ সৈতে গোৱালৈ গৈছিল বৰষা।

5 / 5

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?