গোৱাত ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: বহু নামী-দামী তাৰকাৰ সৈতে আইমী বৰুৱা! | assamese actress aimee baruah at the 55th international film festival in goa shares picture in social media Assam news - Assam Tv9

গোৱাত ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: বহু নামী-দামী তাৰকাৰ সৈতে আইমী বৰুৱা!

Published: 

04 Dec 2024 | 03:47 PM

২০ নৱেম্বৰৰ পৰা গোৱাত অনুষ্ঠিত হৈছিল International Film FestivaI of Goa 2024 । ২০২৪ চনৰ ২৮ নৱেম্বৰত সামৰণি পৰে এই মহোৎসৱ । যত অংশগ্ৰহণ কৰে অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।

1 / 6গোৱাৰ পানাজীত ২০ নৱেম্বৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । গোৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  অংশগ্ৰহণ কৰিছে অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।

গোৱাৰ পানাজীত ২০ নৱেম্বৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । গোৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।

2 / 6

শ্যামা প্ৰসাদ মুখাৰ্জী ইনড’ৰ ষ্টেডিয়ামত বিখ্যাত সংস্কৃত শ্লোক ‘অচ্যুতম কেশৱম ৰাম নাৰায়ণম’ৰে আৰম্ভ হয় এই মহোৎসৱৰ । ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ত বলীউড আৰু আন্তঃৰাষ্ট্ৰীয় কলা জগতৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

3 / 6

মহোৎসৱৰ সামৰণিৰ পাছত সামজিক মাধ্যমত অভিনেত্ৰী আইমী বৰুৱাই শ্বেয়াৰ কৰিছে কিছুমান বিশেষ ফটো। য'ত তেওঁ লিখিছে-"IFFI Goa ৰ কেইটিমান স্মৰণীয় মুহূৰ্ত…"

4 / 6

প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰৰ উপস্থিতিৰে অনুষ্ঠানটোৰ সৌন্দৰ্য বৃদ্ধি কৰে। ফটোত আইমী বৰুৱাৰ সৈতে দেখা গৈছে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰক।

5 / 6

সংগীতজ্ঞ এ আৰ ৰহমানৰ সৈতেও দেখা গৈছে আইমী বৰুৱাক। আইমীৰ সৈতে থাকে বলীউডৰ আন আন বহু নামী-দামী তাৰকা।

6 / 6

উল্লেখ্য যে, বিভিন্ন সময়ত বিভিন্ন বিষয়ক লৈ চৰ্চাত থাকে মোহময়ী অভিনেত্ৰী আইমী বৰুৱা। এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আইমীৰ এইসমূহ ফটো।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...