'ৰাঘৱ'ৰ পিছত এইবাৰ আহি আছে যতীন বৰাৰ নতুন ছবি 'অগ্নিবান', সামাজিক মাধ্যমত অভিনেতাজনে শ্বেয়াৰ কৰিছে ফটো Assam news - Assam Tv9

‘ৰাঘৱ’ৰ পিছত এইবাৰ আহি আছে যতীন বৰাৰ নতুন ছবি ‘অগ্নিবান’, সামাজিক মাধ্যমত অভিনেতাজনে শ্বেয়াৰ কৰিছে ফটো

Published: 

27 May 2024 | 06:06 PM

ছবিগৃহলৈ আহি আছে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ নতুন ছবি। যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ নাম 'অগ্নিবাণ’।

1 / 5আজি অভিনেতা যতীন বৰাৰ ওপজা দিন

আজি অভিনেতা যতীন বৰাৰ ওপজা দিন

2 / 5

শীঘ্ৰেই ছবিগৃহলৈ আহিব জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ছবি 'অগ্নিবাণ’।

3 / 5

'অগ্নিবাণ’ত যতীন বৰাক এক নতুন ৰূপত দেখিবলৈ পাব দৰ্শকে। যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে নিৰ্মাণ হ’ব ছবিখন।

4 / 5

'শ্ৰী ৰঘুপতিৰ' সফলতাৰ পিছত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ বেনাৰত শৈলেন কুমাৰ শৰ্মাৰ প্ৰযোজনাৰে আহি আছে "অগ্নিবাণ" ৷ এক সুন্দৰ কাহিনীৰে আগবঢ়া ছবিখনৰ এক্সনত দেখিবলৈ পোৱা যাব বহু নতুনত্ব।

5 / 5

ছবিখনত যতীন বৰাৰ লগতে কমল লোচন, হিমাংশু প্ৰসাদ দাস, প্ৰীতি কংগনাকো দেখিবলৈ পাব দৰ্শকে। সামাজিক মাধ্যমত শ্বুটিঙৰ ফটো শ্বেয়াৰ কৰিছে যতীন বৰাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...