ট্ৰেডিং কেলেংকাৰী: গুৱাহাটী উচ্চ ন্যায়ালয়ত বিশাল, তাৰ্কিকৰ জামিনৰ শুনানি সম্পন্ন | assam trading scam hearing in gauhati high court sumi borah tarkik and bishal Phukan Assam news - Assam Tv9

ট্ৰেডিং কেলেংকাৰী: গুৱাহাটী উচ্চ ন্যায়ালয়ত বিশাল, তাৰ্কিকৰ জামিনৰ শুনানি সম্পন্ন

Published: 

20 Nov 2024 | 07:29 PM

Assam trading scam: বিশাল ফুকনৰ জামিনৰ শুনানি সম্পন্ন। তাৰ্কিক বৰা, শোভনজ্যোতি কুৰ্মীৰো জামিনৰ শুনানি সম্পন্ন। শুনানি সম্পূৰ্ণ কৰি ৰায়দান সংৰক্ষিত ৰাখে আদালতে।

1 / 5ট্ৰেডিং কেলেংকাৰীৰে জড়িত অভিযুক্তৰ জামিনৰ শুনানি সম্পন্ন। গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনি অভিযুক্তৰ জামিনৰ শুনানি সম্পন্ন হয়।

ট্ৰেডিং কেলেংকাৰীৰে জড়িত অভিযুক্তৰ জামিনৰ শুনানি সম্পন্ন। গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনি অভিযুক্তৰ জামিনৰ শুনানি সম্পন্ন হয়।

2 / 5

বিশাল ফুকন, তাৰ্কিক বৰাৰ জামিনৰ শুনানি সম্পন্ন। ২৬ নৱেম্বৰলৈ উচ্চ ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়।

3 / 5

শুনানি সম্পূৰ্ণ কৰি ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে। ইতিপূৰ্বে স্বপ্ননীল দাস আৰু চন্দন নাথৰো জামিনৰ শুনানি সম্পন্ন হয় ন্যায়ালয়ত।

4 / 5

বিশাল ফুকন, তাৰ্কিক বৰা আৰু শোভন জ্যোতি কুৰ্মীৰ জামিনৰ শুনানি সম্পন্ন।শুনানি সম্পূৰ্ণ কৰি ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে। ইতিপূৰ্বে স্বপ্ননীল দাস আৰু চন্দন নাথৰো জামিনৰ শুনানি সম্পন্ন হয় ন্যায়ালয়ত।

5 / 5

দুয়োৰে ৰায়দানৰ বাবে ২৬ নৱেম্বৰৰ দিনটো ধাৰ্য কৰে ন্যায়ালয়ে। ইতিপূৰ্বে চুমি বৰাৰ জামিন নাকচ কৰিছে CBI বিশেষ আদালতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...