IPL Riyan Parag: ৰিয়ানৰ উত্থান, নিজৰ জনমভূমিত ৰিয়ানৰ খেল চাবলৈ আগ্ৰহী ক্ৰিকেট প্ৰেমী Assam news - Assam Tv9

IPL Riyan Parag: ৰিয়ানৰ উত্থান, নিজৰ জনমভূমিত ৰিয়ানৰ খেল চাবলৈ আগ্ৰহী ক্ৰিকেট প্ৰেমী

Published: 

14 May 2024 | 02:39 PM

চলিত IPLত ৰিয়ান পৰাগৰ চমকপ্ৰদ প্ৰদৰ্শনে মুখ বন্ধ কৰি পেলাইছিল সমালোচকৰ। ১২খন মেচত ৬০.৩৮ গড়েৰে ৰিয়ানে অৰ্জন কৰিছে ৪৮৩ ৰান।

1 / 5ৰিয়ানৰ সন্মুখত আছে এক ক্ৰিকেটৰ দীঘলীয়া বাট।

ৰিয়ানৰ সন্মুখত আছে এক ক্ৰিকেটৰ দীঘলীয়া বাট।

2 / 5

সমালোচনাৰ অগনিত সোণ হৈ জিলিকি উঠিছে ৰিয়ান পৰাগ।

3 / 5

পূৰ্বে খেলক লৈ হোৱা সমালোচনাৰ পিছত, এইবাৰ নিজৰ উন্নত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসম সন্তান ৰিয়ান পৰাগ।

4 / 5

১৫ আৰু ১৯ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা IPL মেচত ৰাজস্থান ৰয়েলছৰ হৈ খেলিব ৰিয়ানে।

5 / 5

১৫ মে’ত সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ আৰু ১৯ মে’ত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেল দুখনৰ বাবে ১৩ মে’ত ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...