আজি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা,ৰাজ্যজুৰি কটকটীয়া ব্যৱস্থা | Assam Police sub-inspector written exam to be held today for 202 post Assam news - Assam Tv9

আজি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা,ৰাজ্যজুৰি কটকটীয়া ব্যৱস্থা

Updated On: 

05 Jan 2025 | 01:14 PM

আজি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা৷ ২০২টা পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা৷ কটকটীয়া ব্যৱস্থাৰ মাজেৰে ৰাজ্যৰ কেইবাটাও কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা।

1 / 5আজি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা৷ মুঠ ২০২টা পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা৷

আজি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা৷ মুঠ ২০২টা পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা৷

2 / 5

১০ বজাৰ পৰা অনুষ্ঠিত হৈছে SI পদৰ লিখিত পৰীক্ষা। SI(UB),SI(AB),SI(APRO) পদৰ বাবে অনুষ্ঠিত হৈছে এই পৰীক্ষা।

3 / 5

কটকটীয়া ব্যৱস্থাৰ মাজেৰে ৰাজ্যৰ কেইবাটাও কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। মোবাইল বা ইলেক্ট্ৰনিক সামগ্ৰী যাতে পৰীক্ষাকেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰে তাৰ বাবে চলোৱা হৈছে তালাচী।

4 / 5

নলবাৰীত মুঠ ৪৩টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। নলবাৰীত ১৬,৪৬৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত।

5 / 5

আৰক্ষীত নিযুক্তি লাভৰ বাবে অৱতীৰ্ণ হৈছে পৰীক্ষাৰ্থীসকল। পুৱাৰে পৰা পৰীক্ষাকেন্দ্ৰসমূহত দেখা গৈছে পৰীক্ষাৰ্থীৰ শাৰী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...