দক্ষিণ কামৰূপৰ ৰামপুৰত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ, কোনে যোগান ধৰিছে এই পিষ্টল? | Assam Police recovered a handmade gun from Rampur in South Kamrup Assam news - Assam Tv9

দক্ষিণ কামৰূপৰ ৰামপুৰত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ, কোনে যোগান ধৰিছে এই পিষ্টল?

Updated On: 

12 Nov 2025 | 05:50 PM

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। প্ৰতিদিনে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা, যেনে চুৰি, হত্যা, অপকৰ্ম, ডকাইটি, আৰু অন্যান্য হিংসাত্মক ঘটনা ঘটি আছে। অপৰাধ আৰু অপৰাধীৰ ঘাটিত পৰিণত হৈছে যে ৰাজ্যৰ কিছু অঞ্চল। আজি তেনেই এক ঘটনা ঘটিছে দক্ষিণ কামৰূপত।

1 / 5দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰত উদ্ধাৰ কৰা হয় এটা হস্ত নিৰ্মিত পিষ্টল। যাৰ বাবে তপন মজুমদাৰ নামৰ এজন লোকক আটক কৰে আৰক্ষীয়ে।

দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰত উদ্ধাৰ কৰা হয় এটা হস্ত নিৰ্মিত পিষ্টল। যাৰ বাবে তপন মজুমদাৰ নামৰ এজন লোকক আটক কৰে আৰক্ষীয়ে।

2 / 5

আৰক্ষীয়ে তপন মজুমদাৰৰ পৰা উদ্ধাৰ কৰে তিনিটা সজীৱ গুলী আৰু এটা খালি কাৰ্টিজ।

3 / 5

ঘৰুৱা কন্দলৰ বাবে পত্নী, সন্তানক পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দি ঘৰৰ পৰা উলিয়াই দিছিল এইজন তপন মজুমদাৰে।

4 / 5

উল্লেখ্য যে, তপন মজুমদাৰক হস্ত নিৰ্মিত পিষ্টলটো যোগান ধৰিছিল লোহাৰঘাট শালবাৰী অঞ্চলৰ যতীন ৰাভা নামৰ এজন ব্যক্তিয়ে।

5 / 5

অৱশেষত পলাশবাৰী আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে বুলি তথ্য পোৱা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...