ৰাজ্যৰ ২৭ জিলাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন, প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা
শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে ইয়াকে লৈ ৰাজ্যৰ প্ৰতিটো দল-সংগঠন সাজু হৈছে। ইয়াৰ পূৰ্বে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে চূড়ান্ত ভোটৰ তালিকা।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5