সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CIDৰ চমন! আজিয়ে ডিব্ৰুগড় থানাত হাজিৰ হোৱাৰ নিৰ্দেশ | assam journalist chakrapani parashar summons by cid Assam news - Assam Tv9

সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CIDৰ চমন! আজিয়ে ডিব্ৰুগড় থানাত হাজিৰ হোৱাৰ নিৰ্দেশ

Published: 

28 Sep 2024 | 12:26 PM

সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CIDৰ চমন। আজি বিয়লি ৪ বজাত ডিব্ৰুগড় সদৰ থানালৈ তলব। ডিব্ৰুগড় থানাত ৩৫২/২০২৪ নম্বৰ গোচৰ সংক্ৰান্তত সোধা-পোছাৰ বাবে চক্ৰপাণি পৰাশৰলৈ জাৰি কৰা হৈছে এই চমন।

1 / 5সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CID য়ে জাৰি কৰিছে চমন। ডিব্ৰুগড় থানাত উপস্থিত হোৱাৰ নিৰ্দেশ চক্ৰপাণি পৰাশৰক।

সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CID য়ে জাৰি কৰিছে চমন। ডিব্ৰুগড় থানাত উপস্থিত হোৱাৰ নিৰ্দেশ চক্ৰপাণি পৰাশৰক।

2 / 5

আজি বিয়লি ৪ বজাত ডিব্ৰুগড় সদৰ থানাত হাজিব হ'ব লাগিব সাংবাদিকগৰাকী

3 / 5

ডিব্ৰুগড় থানাত ৩৫২/২০২৪ নম্বৰ গোচৰ সংক্ৰান্তত সোধা-পোছাৰ বাবে চক্ৰপাণি পৰাশৰলৈ জাৰি কৰা হৈছে এই চমন।

4 / 5

এই গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছিল বিশাল-চুমী-তাৰ্কিকক

5 / 5

বিশাল - চুমীৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ সংক্ৰান্তত সোধাপোছা কৰিব সাংবাদিকগৰাকীক

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...