বিশ্ব দৰবাৰলৈ বাগুৰুম্বা! আজি সৰুসজাইত ১০ হাজাৰ বড়ো শিল্পীয়ে পৰম্পৰাগত নৃত্যৰে গঢ়িব বিশ্ব অভিলেখ
আজি বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগুৰুম্বাই ৰেকৰ্ড। বড়ো লোক-সংস্কৃতিৰ অপূৰ্ব মাদকতা এতিয়া বিশ্বৰ মঞ্চত জিলিকিবলৈ সাজু হৈ উঠিছে। আজি সৰুসজাইত ১০,০০০ বড়ো শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5