ভাল খবৰ! একাদশ শ্ৰেণীত 'সাংকেতিক ভাষা'ক ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন... | assam introduced Sign Language as an Elective subject in Class XI announced himanta biswa sarma Assam news - Assam Tv9

ভাল খবৰ! একাদশ শ্ৰেণীত ‘সাংকেতিক ভাষা’ক ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন…

Updated On: 

25 Jun 2025 | 07:30 PM

Sign Language as an Elective subject: অসমৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা একাদশ শ্ৰেণীত সাংকেতিক ভাষা ঐচ্ছিক বিষয় হিচাপে থাকিব।

1 / 5হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

2 / 5

হিমন্ত বিশ্ব শৰ্মা

3 / 5

শৰ্মাৰ মতে, চলিত বৰ্ষত ইতিমধ্যে ৭০জন তেনে শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু ইতিমধ্যে শিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। গতিকে ইয়ে পৰৱৰ্তী সময়ত দিব্যাংগ (মূক-বধিৰ) শিক্ষাৰ্থীসকলক সহায় কৰিব বুলি আশা কৰিছে চৰকাৰে।

4 / 5

শৰ্মাই সামাজিক মাধ্যমত লিখে- "অসমৰ শিক্ষা খণ্ড তথা দিব্যাংগ (মূক-বধিৰ) শিক্ষাৰ্থীৰ বাবে এটি ভাল খবৰ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। ৰাজ্যত ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা একাদশ শ্ৰেণীত সাংকেতিক ভাষাক (Sign Language) ঐচ্ছিক বিষয় হিচাপে আৰম্ভ কৰা হৈছে"।

5 / 5

লগতে লিখে- "চলিত বৰ্ষত ইতিমধ্যে ৭০জন তেনে শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু ইতিমধ্যে শিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। আমাৰ এই প্ৰয়াসে নিশ্চয়কৈ বহুজনক উপকৃত কৰিব"।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...