দেশৰ এই ৭ খন ৰাজ্যৰ মহিলাসকলে সৰ্বাধিক মদ্যপান কৰে... | Assam in third place, 7 states where women consume max amount of alcohol; Details in Assamese Assam news - Assam Tv9

তৃতীয় স্থানত অসম ! দেশৰ এই ৭ খন ৰাজ্যৰ মহিলাসকলে সৰ্বাধিক মদ্যপান কৰে…

Updated On: 

22 Sep 2024 | 07:29 PM

ভাৰতৰত ৭ খন ৰাজ্যৰ মহিলাৰ সৰ্বাধিক মদ্যপান কৰাৰ অভ্যাস আছে । ইয়াৰ ভিতৰত আছে অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য । মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা শীৰ্ষ ৭ খন ৰাজ্য চাওঁ আহক...

1 / 8ভাৰতৰত ৭ খন ৰাজ্যৰ মহিলাৰ সৰ্বাধিক মদ্যপান কৰাৰ অভ্যাস আছে । ইয়াৰ ভিতৰত আছে অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য । টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি, ৰাষ্ট্ৰীয় পৰিয়াল জৰীপ-৫, ২০১৯-২০ তথ্যৰ ভিত্তিত মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা শীৰ্ষ ৭ খন ৰাজ্য চাওঁ আহক...

ভাৰতৰত ৭ খন ৰাজ্যৰ মহিলাৰ সৰ্বাধিক মদ্যপান কৰাৰ অভ্যাস আছে । ইয়াৰ ভিতৰত আছে অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য । টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি, ৰাষ্ট্ৰীয় পৰিয়াল জৰীপ-৫, ২০১৯-২০ তথ্যৰ ভিত্তিত মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা শীৰ্ষ ৭ খন ৰাজ্য চাওঁ আহক...

2 / 8

অৰুণাচল প্ৰদেশৰ ১৫ পৰা ৪৯ বছৰ বয়সৰ ২৬ শতাংশ মহিলাৰ মদ্যপান কৰাৰ অভ্যাস আছে । পৰম্পৰাগত নিচাযুক্ত পানীয় প্ৰচলনৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি প্ৰতিবেদন প্ৰকাশ পাইছে ।

3 / 8

ছিকিমৰ ১৬.২ শতাংশ মহিলাই সুৰা সেৱন কৰে, যাৰ বাবে তালিকাৰ দ্বিতীয় স্থানত আছে ছিকিম ।

4 / 8

তালিকাৰ তৃতীয় স্থানত আছে অসম । অসমৰ প্ৰায় ৭.৩ শতাংশ মহিলাই সুৰা সেৱন কৰে ।

5 / 8

তেলেংগানাৰ ৬.৭ শতাংশ মহিলাই সৰ্বাধিক মদ্যপান কৰে । ৰাজ্যখনত চহৰ অঞ্চলৰ মহিলাতকৈ গ্ৰামাঞ্চলৰ মহিলাসকলে সৰ্বাধিক মদ্যপান কৰে ।

6 / 8

ঝাৰখণ্ডত ৬.৩ শতাংশ মহিলাই সুৰা সেৱন কৰে । মানসিক চাপৰ বাবে মহিলাসকলে সৰ্বাধিক মদ্যপান কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ।

7 / 8

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৫ শতাংশ মহিলাই সুৰা সেৱন কৰে । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে তালিকাৰ শীৰ্ষত থকা একমাত্ৰ কেন্দ্ৰীয় শাসিত ৰাজ্য ।

8 / 8

চত্তিশগড় ৰাজ্যৰ ৫ শতাংশ মহিলাই সুৰা সেৱন কৰে । তালিকাৰ সপ্তম স্থানত থকা এই ৰাজ্যখনৰ মহিলাসকলে মদ্যপান কৰাৰ মূলতে হৈছে-মানসিক চাপ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...