মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী প্ৰকাশ, ৩টা বিষয়ত দিব পাৰিব পৰীক্ষা | Assam HSLC compartmental examination 2025 date announced notification released by ASSEB Assam news - Assam Tv9

মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী প্ৰকাশ, ৩টা বিষয়ত দিব পাৰিব পৰীক্ষা

Published: 

06 May 2025 | 06:39 PM

HSLCৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সূচী ঘোষণা। শিক্ষাৰ্থীসকল সৰ্বাধিক ৩টা বিষয়ত অৱতীৰ্ণ হ’ব পাৰিব পৰীক্ষাত। পৰীক্ষাৰ বাবে আবেদন জনাইছে ৰাজ্যৰ মুঠ ৫৪,৯৯৪ গৰাকী পৰীক্ষাৰ্থীয়ে।

1 / 5মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ।  প্ৰকাশ পালে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী।

মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। প্ৰকাশ পালে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী।

2 / 5

২৩ মে'ৰ পৰা ২৯ মে'লৈ অনুষ্ঠিত হ'ব এই পৰীক্ষা। কম্পাৰ্টমেন্টেল পৰীক্ষাৰ বাবে আবেদন জনাইছে ৰাজ্যৰ মুঠ ৫৪,৯৯৪ গৰাকী পৰীক্ষাৰ্থীয়ে

3 / 5

পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যত স্থাপন কৰা হৈছে ১১০টা পৰীক্ষাকেন্দ্ৰ। শিক্ষাৰ্থীসকল সৰ্বাধিক ৩টা বিষয়ত অৱতীৰ্ণ হ’ব পাৰিব পৰীক্ষাত।

4 / 5

ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে ASSEB-এ। উল্লেখ্য যে, ১১ এপ্ৰিল তাৰিখে ঘোষণা কৰা হৈছিল মেট্ৰিকৰ ফলাফল।

5 / 5

এই পৰীক্ষাত অনুত্তীৰ্ণ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১,৫২,২৬৬গৰাকী। মেট্ৰিকত অনুত্তীৰ্ণৰ হাৰ আছিল ৩৬.০২ শতাংশ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...