Assam Holiday: কাইলৈৰ পৰা ৰাজ্যত একেৰাহে ৫দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়... | Assam Govt Holiday For 5 Days From Tomorrow 23rd January See Details In Assamese Assam news - Assam Tv9

Assam Holiday: কাইলৈৰ পৰা ৰাজ্যত একেৰাহে ৫দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়…

Published: 

22 Jan 2026 | 03:03 PM

Assam Govt Holiday: কাইলৈৰ পৰা ৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। গতিকে আপুনিও যদি ৰাজ্যিক কৰ্মচাৰী তেন্তে এই সুবিধা লাভ কৰিব। ২৩ জানুৱাৰীৰ পৰা একেৰাহে ২৭ জানুৱাৰীলৈ লাভ কৰিব এই সুবিধা।

1 / 5আপুনিও চৰকাৰী চাকৰি কৰে নেকি? যদি আপুনি ৰাজ্য চৰকাৰৰ অন্তৰ্গত চৰকাৰী কৰ্মচাৰী তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো কাইলৈৰ পৰা অহা ৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

আপুনিও চৰকাৰী চাকৰি কৰে নেকি? যদি আপুনি ৰাজ্য চৰকাৰৰ অন্তৰ্গত চৰকাৰী কৰ্মচাৰী তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো কাইলৈৰ পৰা অহা ৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

2 / 5

বিভিন্ন দিৱস অনুসৰি এইকেইদিন কাৰ্যালয় বন্ধ আছে। চৰকাৰে জাৰি কৰা বন্ধ তালিকা অনুসৰি, এই বছৰটিত ৩২ দিন চৰকাৰী বন্ধ আছে। ইয়াৰ লগতে এটা আছে অৰ্ধছুটী।

3 / 5

২৩ জানুৱাৰী নেতাজীৰ জন্মজয়ন্তী উপলক্ষে চৰকাৰী কাৰ্যালয় বন্ধ, ২৪ জানুৱাৰী চতুৰ্থ শনিবাৰ উপলক্ষে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। ইয়াৰোপৰি ২৫ জানুৱাৰী দেওবাৰ, ২৬ জানুৱাৰী গণৰাজ্য দিৱস আৰু ২৭ জানুৱাৰী বাথৌ পূজাৰ বন্ধ।

4 / 5

এনেকৈ কাইলৈৰ পৰা একেৰাহে ৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। অৱশ্যে কাইলৈ বিদ্যালয়সমূহ সৰস্বতী পূজা উপলক্ষে বিদ্যালয়সমূহ খোলা থাকিব। কিন্তু প্ৰায়ভাগ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

5 / 5

উল্লেখ্য যে, ইয়াৰ পাছত অসমৰ চৰকাৰী চাকৰিয়ালসকলে পুনৰ ৩১ জানুৱাৰীত বন্ধ পাব। অৱশ্যে ফেব্ৰুৱাৰীত মাত্ৰ এদিনহে বন্ধ লাভ কৰিব। মাৰ্চত থাকিব ২ দিন বন্ধ। এনেকৈ গোটেই বছৰটোত ৩২ টা বন্ধ লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...