ভাল খবৰ...বৃদ্ধি পাব ৰাজ্যৰ কৰ্মচাৰী সকলৰ মৰগীয়া বানচ... | Assam Government to Increase DA for State Employees : Himanta Biswa Sarma Assam news - Assam Tv9

DA for State Employees : ভাল খবৰ…বৃদ্ধি পাব ৰাজ্যৰ কৰ্মচাৰী সকলৰ মৰগীয়া বানচ…

Published: 

19 Oct 2024 19:36 PM

কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰেও কৰ্মচাৰী মৰগীয়া বানচ বৃদ্ধি কৰিব । ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

1 / 5কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰেও কৰ্মচাৰী মৰগীয়া বানচ বৃদ্ধি কৰিব । ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰেও কৰ্মচাৰী মৰগীয়া বানচ বৃদ্ধি কৰিব । ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

2 / 5

সামাজিক মাধ্যম যোগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সময়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰো মৰগীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

3 / 5

ইয়াৰ লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০ ৰ অধিনত ৰাজ্যৰ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

4 / 5

অহা কাইলৈ ২০ অক্টোবৰত মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰা কথাও সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

5 / 5

ইফালে বিহুৰ প্ৰদৰ্শন কৰা দৰে আঠ-দহ হাজাৰ শিল্পীৰ দ্বাৰা গুৱাহাটীত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই লগতে লগতে কয়, ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...