বিশ্ব অভিলেখ গঢ়ি মাতৃভূমিত দিদৃক্ষা সোণোৱাল, বিহু নৃত্যৰে চৰ্চাত... | Assam Girl Didriksha Sonowal made world record with bihu dance Spins in Mumbai Assam news - Assam Tv9

বিশ্ব অভিলেখ গঢ়ি মাতৃভূমিত দিদৃক্ষা সোণোৱাল, বিহু নৃত্যৰে চৰ্চাত অসম কন্যা

Updated On: 

18 Oct 2025 19:22 PM

বিভিন্ন দল-সংগঠন, আত্মীয়ৰ লগতে শুভাকাংক্ষীয়ে জনোৱা উষ্ম আদৰণিত অভিভূত হৈ পৰে দিদৃক্ষা ৷ বিহু নৃত্যৰে দিদৃক্ষা সোণোৱালে মুম্বাইত গঢ়িছে বিশ্ব অভিলেখ ৷

1 / 5বিশ্ৱ অভিলেখ গঢ়ি  আজি মাতৃভূমিত উপস্থিত হৈছে অসম কন্যা দিদৃক্ষা সোণোৱাল। বিমান বন্দৰত গায়ন-বায়নৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে দিদৃক্ষাক আদৰণি জনাই সকলোৱে।

বিশ্ৱ অভিলেখ গঢ়ি আজি মাতৃভূমিত উপস্থিত হৈছে অসম কন্যা দিদৃক্ষা সোণোৱাল। বিমান বন্দৰত গায়ন-বায়নৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে দিদৃক্ষাক আদৰণি জনাই সকলোৱে।

2 / 5

বিভিন্ন দল-সংগঠন, আত্মীয়ৰ লগতে শুভাকাংক্ষীয়ে জনোৱা উষ্ম আদৰণিত অভিভূত হৈ পৰে দিদৃক্ষা ৷ বিহু নৃত্যৰে দিদৃক্ষা সোণোৱালে মুম্বাইত গঢ়িছে বিশ্ব অভিলেখ ৷

3 / 5

মাত্র ৩০ ছেকেণ্ডত ৭২ বাৰ বিহু নৃত্যৰ 'টাকুৰি ঘূৰি' দিদৃক্ষা সোণোৱালে গঢ়িছে বিশ্ব অভিলেখ। ইয়াৰ জৰিয়তে “ৱৰ্ল্ড ওৱাইড বুক অব্ ৰেকৰ্ডছ' আৰু 'গোল্ডেন বুক অব্ ৱর্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে দিদৃক্ষাই।

4 / 5

গুৱাহাটীৰ মালিগাঁৱৰ জীয়ৰী দিদৃক্ষা সম্প্ৰতি মুম্বাইৰ থানেৰ এটা কনষ্ট্ৰাকশ্যন কেমিকেল ইণ্ডাষ্ট্ৰীত চিভিল ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত। তেওঁৰ মাতৃ ৰিনা দেবী হাজৰিকা আৰু অচিত্ৰ সোণোৱাল।

5 / 5

বিগত সাতমাহৰ পৰা মুম্বাইতে অনুশীলন কৰি আছিল দিদৃক্ষাই ৷ কঠোৰ সাধনা আৰু অনুশীলনেৰে বিহু নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে দিদৃক্ষা সোনোৱালে ।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...