ৰাজ্যবাসীলৈ সকাহ! বিহুৰ পূৰ্বে হ্ৰাস পাব বিদ্যুতৰ মাচুল Assam news - Assam Tv9

ৰাজ্যবাসীলৈ সকাহ! বিহুৰ পূৰ্বে হ্ৰাস পাব বিদ্যুতৰ মাচুল

Published: 

25 Mar 2025 | 06:01 PM

ৰাজ্যবাসীলৈ ৰঙালী বিহুৰ উপহাৰ। ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ নতুন নিৰিখ।

1 / 5বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ আহিল সুখবৰ! ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল।  সংবাদমেলত ঘোষণা ঘোষণা অসম বিদ্যুৎ নিয়ামক আয়োগৰ।

বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ আহিল সুখবৰ! ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল। সংবাদমেলত ঘোষণা ঘোষণা অসম বিদ্যুৎ নিয়ামক আয়োগৰ।

2 / 5

সংবাদমেলত বিদ্যুতৰ নতুন নিৰিখ সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰা হয়। ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ নতুন নিৰিখ।

3 / 5

এটকাকৈ হ্ৰাস পাব প্ৰতি ইউনিট বিদ্যুতৰ মাচুল। সাধাৰণ ঘৰুৱা গ্ৰাহকৰ প্ৰতি ইউনিটত হ্রাস পাব মাচুল।

4 / 5

জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবেও ১ টকাকৈ হ্রাস। ১২০ ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য এই নিৰিখি।

5 / 5

বাকী সকলো গ্রাহকৰ বাবে প্ৰতি ইউনিটত ২৫ পইচাকৈ হ্রাস পাব। সংবাদমেলযোগে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই জনাই এই কথা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব