কাইলৈ ৰাজ্যত অন্তিম পৰ্যায়ৰ নিৰ্বাচন, ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা Assam news - Assam Tv9

কাইলৈ ৰাজ্যত অন্তিম পৰ্যায়ৰ নিৰ্বাচন, ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা

Published: 

06 May 2024 | 01:48 PM

কাইলৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰাবাচন। এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু শাসক-বিৰোধী। কিন্তু এইসময়ছোৱাত বতৰে দিব পাৰে বিধি-পথালি। শনিবাৰৰ পৰা ৰাজ্যত দি আছে নেৰানেপেৰা বৰষুণ। যাৰ বাবে বতৰ বিজ্ঞানায়ে জাৰি কৰিছে সতৰ্কবাণী।

1 / 5এফালে নিৰ্বাচন আনফালে বতৰে দিছে বিধি-পথালি।

এফালে নিৰ্বাচন আনফালে বতৰে দিছে বিধি-পথালি।

2 / 5

ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিবৃতি মতে, শুকুৰবাৰৰ দিনটোত জিলা উপায়ুক্তসকলৰ পৰা পোৱা তথ্য অনুসৰি আনুমানিক ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ ।

3 / 5

শনিবাৰৰ পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত আহিছে বৰষুণৰ লগতে ভয়ংকৰ ধুমুহা।

4 / 5

কামৰূপ(মহানগৰ), দৰং, দক্ষিণ শালমৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, শোণিতপুৰ, নগাঁও, মৰিগাঁও, ডিমা হাচাও, কাছাৰ, হাইলাকান্দিত জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

5 / 5

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা অনুসৰি আগন্তুক ৪-৫ দিনলৈ ৰাজ্যত বৰষুণ দি থকাৰ সম্ভাৱণা আছে। পশ্চিম অসমৰ পৰা উত্তৰ ওড়িশালৈকে গড় সমুদ্র পৃষ্ঠৰ ৯.৮-১২ কিলোমিটাৰ ওপৰত নিম্ন চাপৰ বিস্তৃত ৰেখা বিৰাজমান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...