ৰাজ্যৰ কোনসকল কৰ্মচাৰীয়ে লাভ কৰিব পুৰণি পেঞ্চন আঁচনিৰ সুবিধা…?
ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব নগদবিহীন ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি । লগতে লাভ কৰিব পুৰণি পেঞ্চন আঁচনিৰ সুবিধা । এই বিষয়ত আজি জনতা ভৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5